• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ

ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ

9 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

15 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

16 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

17 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

18 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

18 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

19 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

19 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

20 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

21 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

21 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ

ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ

editor by editor
June 26, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ৰথযাত্ৰাত একাধিক শুভ যোগ, জগন্নাথৰ কৃপাত চতুৰ্দিশৰ পৰা উন্নতি ৫ ৰাশিৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰথযাত্ৰা হৈছে ওড়িষাৰ আটাইতকৈ শ্ৰেষ্ঠ ধৰ্মীয় উৎসৱ৷ ওড়িশাবাসীৰ ওপৰিও জগন্নাথৰ ৰথযাত্ৰা আমাৰ ৰাজ্যৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়৷ কাইলৈ ২৭ জুনত পালিত হব ৰথযাত্ৰা৷ প্ৰতি বছৰৰ দৰে এইবাৰো তিনিখন পৃথক ৰথত উঠি মাহিয়েকৰ ঘৰলৈ ৰাওনা হব জগন্নাথ, বলৰাম আৰু সুভদ্ৰা৷ এই বছৰ বিশেষ শুভ যোগত ৰথযাত্ৰা পালিত হৈছে৷ প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিত পালিত হয় ৰথযাত্ৰা৷ আৰু আহাৰৰ শুক্লা একাদশী তিথিত ওলোটাৰথেৰে মাহিয়েকৰ ঘৰৰ পাৰ উভতি আহে জগন্নাথ, বলৰাম আৰু সুভদ্ৰা৷ পঞ্জিকা অনুসৰি ৰথযাত্ৰাৰ দিনাই আছে গুৰু আদিত্য ৰাজযোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ জ্যোতিষ গণনা অনুসৰি এই শুভ যোগৰ প্ৰভাৱত ৰথযাত্ৰাৰ পৰা ভাগ্য খুলিব ৫ ৰাশিৰ জাতকৰ৷ জানি থওক জগন্নাথৰ আশীৰ্বাদ পাব কোন কোন ৰাশিৰ জাতকে?

ৰথতেই ভাগ্য খুলিব বৃষ ৰাশিৰ

বৃষ ৰাশিৰ জাতকৰ সৈতে আছে জগন্নাথৰ কৃপা৷ ৰথযাত্ৰাৰ পৰাই সৌভাগ্যৰ বিশেষ সহায়তা লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱন সুন্দৰ হৈ উঠিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ অতিৰিক্ত কিছু অৰ্থ উপাৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত উন্নতিৰ নতুন সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷

ৰথত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ

প্ৰভু জগন্নাথৰ কৃপাত ৰথযাত্ৰাৰ পৰাই জীৱন আৰু সুন্দৰ হব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি যি কামতেই হাত দিয়ে তাতেই সাফল্য পাব৷ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা এই সময়ত পূৰণ হব পাৰে৷ প্ৰচুৰ ধন, পইছা আপোনাৰ হাতলৈ আহিব৷ চাকৰিয়ালৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীয়েও এই সময়ত কিছু অতিৰিক্ত মুনাফা লাভ কৰিব৷

ৰথত ভাগ্য খুলিব কৰ্কট ৰাশিৰ

ৰথযাত্ৰাৰ সময়ত কৰ্কট ৰাশিত গোচৰ কৰিব বুধে৷ বুধ গ্ৰহৰ অধিপতি হৈছে জ্ঞান আৰু বুদ্ধিৰ দেৱতা গণেশ৷ বুধৰ গোচৰৰ প্ৰভাৱত ৰথযাত্ৰাৰ পৰাই সৌভাগ্যৰ শীৰ্ষত থাকিব কৰ্কট ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ দাম্পত্য জীৱন সুখৰ হব৷ পৰিয়ালৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰে৷ সকলোৱে মিলি একেলগে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ মনৰ ইচ্ছা পূৰণ হব৷

ৰথতেই ভাগ্য খুলিব বৃশ্চিক ৰাশি

ৰথযাত্ৰা ২০২৫ত সুখ আৰু সাফল্যৰ জোৱাৰ আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ৰ পৰা আপোনাৰ জীৱনলৈ কিছু উল্লেখযোগ্য পৰিবৰ্তন আহিব৷ নিজে যি ঠিক কৰিব সেই কামতেই সাফল্য পাব৷ কৰ্মক্ষেত্ৰত বিৰোধীসকল কিছু পিছ পৰিব৷ চেষ্টা কৰিও আপোনাৰ কোনো ক্ষতি তেওঁলোকে কৰিব নোৱাৰিব৷ বৃশ্চিক ৰাশিৰ জাতকৰ আৰ্থিক লাভ হব৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব৷

ৰথতেই ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ

ৰথযাত্ৰাত শুভ যোগৰ প্ৰভাৱত জীৱনত সৌভাগ্যৰ ছায়া লাগিব কুম্ভ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷ কেৰিয়াৰত চকুত লগা উন্নতি কৰিব৷ এই ৰাশিতেই বৰ্তমান বক্ৰী দশাত অৱস্থান কৰিছে ৰাহুৱে৷ জীৱনৰ সকলো ক্ষেত্ৰত ভাগ্যই আপোনাক সংগ দিব৷ কেৰিয়াৰত উন্নতিৰ পথত বাধা বিপত্তি দূৰ হব৷ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
১ টুকুৰাতেই বাঢ়িব শুক্ৰাণু! বাঢ়িব শক্তি, উৰ্বৰতাৰে ভৰপুৰ হৈ থাকিব আপুনি৷ কেঁচা পিঁয়াজ কেনেকৈ খাব?

১ টুকুৰাতেই বাঢ়িব শুক্ৰাণু! বাঢ়িব শক্তি, উৰ্বৰতাৰে ভৰপুৰ হৈ থাকিব আপুনি৷ কেঁচা পিঁয়াজ কেনেকৈ খাব?

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.