• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…

সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…

2 years ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

33 minutes ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

44 minutes ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

1 hour ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

5 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

7 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…

editor by editor
May 29, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…

হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ তাৎপৰ্য আছে। ইয়াক মাতৃ লক্ষ্মীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই উদ্ভিদৰ বিশেষ গুৰুত্ব কেৱল ধৰ্মীয়ভাৱে নহয়, ইয়াৰ গা-গছো বহু ক্ষেত্ৰত ব্যৱহাৰ। তুলসীৰ মালাৰ কথা ক’বলৈ গ’লে কোৱা হয় যে ইয়াক পিন্ধিলে বহু উপকাৰো হয়। কিন্তু, ইয়াক পিন্ধিবলৈ বহুতো নিয়ম মানি চলাটো প্ৰয়োজনীয়।

ইয়াৰ ওপৰত এক পৌৰাণিক কাহিনীয়ো আছে- পূৰ্বৰ জীৱনত তুলসী উদ্ভিদ বৃন্দা নামৰ এগৰাকী ছোৱালী আছিল, যিগৰাকী বৃন্দাৰ জন্ম হৈছিল ৰাক্ষস বংশত আৰু তেওঁৰ বিবাহ হৈছিল জলন্ধৰ নামৰ অসুৰৰ সৈতে। বৃন্দা আছিল ভগৱান বিষ্ণুৰ মহান ভক্ত। জলন্ধৰৰ যুদ্ধৰ সময়ত বৃন্দা এই অনুষ্ঠানত বহি আছিল, যাৰ বাবে দেৱতাসকলে জলন্ধৰক হত্যা কৰিব পৰা নাছিল।

যাৰ বাবে কৌশল ৰচনা কৰি ভগৱান বিষ্ণুৱে জলন্ধৰ অসুৰৰ ৰূপ লৈ বৃন্দাৰ কাষলৈ যায়। স্বামীক উভতি অবা দেখি বৃন্দাই পূজাৰ ৰীতি-নীতিৰ পৰা উঠি আহে, যাৰ ফলত যুদ্ধ ক্ষেত্ৰত প্ৰকৃত জলন্ধৰ বধ হয়। পাছত যেতিয়া জলন্ধৰৰ কটা মূৰটো দেখে, তেতিয়া বৃন্দাই খঙত ভগৱান বিষ্ণুক শিললৈ পৰিণত হ’বলৈ অভিশাপ দিয়ে। পাছত সকলো দেৱতাৰ অনুৰোধত বৃন্দাই শপত ঘূৰাই লৈ স্বামীৰ কটা মূৰেৰে সৈতে সতী হয়। পিছত ভগৱান বিষ্ণুৱে সেই ছাইৰ পৰা ওলোৱা উদ্ভিদক তুলসী বুলি নাম দিয়ে।

তুলসী মালাৰ উপকাৰিতা-
তুলসী মালাৰ গুৰুত্ব কেৱল ধৰ্মীয় নহয়, শাৰীৰিক আৰু মানসিক দিশতো আছে। ইয়াক পিন্ধিলে ধনাত্মক শক্তি বৃদ্ধি পায়। ঘৰত সুখ আৰু শান্তি আহে। ইয়াৰ উপৰিও এই মালা পিন্ধিলে মানুহৰ আত্মবিশ্বাসো বৃদ্ধি পায়। কেৱল এয়াই নহয়, শৰীৰৰ লগত জড়িত ৰোগতো ই উপকাৰী আৰু মানসিক চাপ কমায়।

তুলসীৰ সৈতে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে-
তুলসী মালা পৰিধান কৰা পূৰ্বে গাখীৰ আৰু গংগা পানীৰে পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ পিছত ভগৱান বিষ্ণুক পূজা কৰি তাৰ পিছত মালা পিন্ধিব লাগে বুলি মান্যতা আছে। যদি মাংস-মাছ আৰু সুৰা সেৱন কৰে, তেন্তে এই মালা পিন্ধিব নালাগে। কোনোদিনে ৰুদ্ৰাক্ষ আৰু তুলসীৰ মালা একেলগে পিন্ধা নহয়। ৰুদ্ৰাক্ষ আৰু তুলসী মালা একেলগে পিন্ধা নিষেধাজ্ঞা ধৰ্মীয় আৰু আধ্যাত্মিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা।

ৰুদ্ৰাক্ষ শিৱৰ লগত জড়িত আৰু উগ্ৰতা আৰু শক্তিৰ লগত জড়িত। আনহাতে তুলসী বিষ্ণুৰ সৈতে সম্পৰ্কিত আৰু শান্তি আৰু ভক্তিৰ সৈতে জড়িত। দুয়োটাৰে শক্তি আৰু ধৰ্মীয় তাৎপৰ্য্য বেলেগ বেলেগ, যাৰ বাবে ইয়াক একেলগে পিন্ধিলে ইহঁতৰ আধ্যাত্মিক ফলপ্ৰসূতা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও শিৱ আৰু বিষ্ণুৰ পূজা পদ্ধতিৰ পাৰ্থক্যৰ বাবেও ইয়াক একেলগে পিন্ধাৰ ক্ষেত্ৰত হকা বাধা কৰে। ধৰ্মীয় অনুশাসন আৰু পৰম্পৰা পালন কৰি এই মালাবোৰ পৃথকে পৃথকে পিন্ধাটো উপযুক্ত বুলি মান্যতা ৰখা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyhealthRudrakhs MalaTulshi Mala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

March 19, 2026
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?
জীৱনশৈলী

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

March 19, 2026
Next Post
ভয়ংকৰ দুৰ্ঘটনা, বাছ বাগৰি মৃত্যুক সাৱটিলে ২৮গৰাকী লোকে, ২২ গৰাকী আহত

ভয়ংকৰ দুৰ্ঘটনা, বাছ বাগৰি মৃত্যুক সাৱটিলে ২৮গৰাকী লোকে, ২২ গৰাকী আহত

জানেনে ক’লা আলুৰ বিষয়ে, বহু উপকাৰী এই ক’লা আলুৰ খেতি কৰি হৈ পৰক কোটিপতি

জানেনে ক'লা আলুৰ বিষয়ে, বহু উপকাৰী এই ক'লা আলুৰ খেতি কৰি হৈ পৰক কোটিপতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.