শিমলুগুৰিৰ SBIৰ লাকুৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। দুবছৰ ধৰি পাছবুক নাপালে চাহ বাগিচাৰ শ্ৰমিকে। ৩০০ শ্ৰমিকে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট।