• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ দৰে দিল্লীৰ মহিলাইয়ো পাব ধন, নিৰ্বাচন জিকিলে দুগুণলৈ বৃদ্ধি পাব পৰিমাণ

অসমৰ দৰে দিল্লীৰ মহিলাইয়ো পাব ধন, নিৰ্বাচন জিকিলে দুগুণলৈ বৃদ্ধি পাব পৰিমাণ

1 year ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

1 hour ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

2 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

3 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

3 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

4 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

4 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

5 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

5 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

8 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

9 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অসমৰ দৰে দিল্লীৰ মহিলাইয়ো পাব ধন, নিৰ্বাচন জিকিলে দুগুণলৈ বৃদ্ধি পাব পৰিমাণ

editor by editor
December 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অসমৰ দৰে দিল্লীৰ মহিলাইয়ো পাব ধন, নিৰ্বাচন জিকিলে দুগুণলৈ বৃদ্ধি পাব পৰিমাণ
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ দৰে দিল্লীৰ মহিলাইয়ো পাব ধন, নিৰ্বাচন জিকিলে দুগুণলৈ বৃদ্ধি পাব পৰিমাণ

দিল্লীত বিধানসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আৰম্ভ কৰিছে এক নতুন আঁচনি। আজি এক অনুষ্ঠানত তেওঁ মহিলা সন্মান যোজনা উন্মোচন কৰে।

ইয়াৰ মাজতে কেজৰিৱালে কয় যে এতিয়া দিল্লীৰ প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে এহেজাৰ টকা পাব। কেজৰিৱালে লগতে ইয়াকো কয় যে,-  আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে প্ৰতিগৰাকী মহিলাক ১০০০ টকা দিয়া হ’ব, আজি কেবিনেটে প্ৰস্তাৱ গৃহীত কৰিছে।

আপৰ আহ্বায়কে হাজাৰ হাজাৰ মহিলাৰ উপস্থিতিত কয় যে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ মহিলাসকলে পঞ্জীয়ন কৰিব লাগিব। যিসকল মহিলাই পঞ্জীয়ন কৰিব, তেওঁলোকৰ একাউণ্টত প্ৰতিমাহে হাজাৰ হাজাৰ টকা আহিবলৈ আৰম্ভ কৰিব।

কেৱল ইমানেই নহয়, আগন্তুক নিৰ্বাচনত জয়ী হলে দুগুনলৈ এই ধনৰ পৰিমাণ বৃদ্ধি পাব বুলিও সদৰি কৰে কেজৰিৱালে। তেখেতে কয়- এতিয়া ১০০০ কৈ টকা নিৰ্বাচনত জয়ী হলে ২১০০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
Next Post
দৈনিক ৰাশিফল- শুক্লা ত্ৰয়োদশীত ৰবি প্ৰদোষ ব্ৰত, কাৰ ভাগ্যত কি আছে আজিৰ দিনটোত

দৈনিক ৰাশিফল- শুক্লা ত্ৰয়োদশীত ৰবি প্ৰদোষ ব্ৰত, কাৰ ভাগ্যত কি আছে আজিৰ দিনটোত

অতিকে শোকাৱহ, ব্যক্তিগত হাস্পতালত শ্বৰ্ট চাৰ্কিট হৈ প্ৰাণ হেৰুৱালে ৭ লোকে

অতিকে শোকাৱহ, ব্যক্তিগত হাস্পতালত শ্বৰ্ট চাৰ্কিট হৈ প্ৰাণ হেৰুৱালে ৭ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.