• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

2 years ago
আইৰণৰ সমস্যাত ভুগি আছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগি আছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 minutes ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

1 hour ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

2 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

3 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

15 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

16 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

16 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

17 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

17 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি

editor by editor
September 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুজাৰ পূৰ্বেই স্থান সলাব শনিয়ে, গ্ৰহৰাজৰ গোচৰত বিপদত পৰিব এই ৬ৰাশি
0
SHARES
679
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে৷ শনিয়ে যেতিয়া নিজৰ স্থান বা চলনত পৰিবৰ্তন আনে তেতিয়া বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত অত্যন্ত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে৷ শনিৰ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰ পৰিবৰ্তনো জ্যোতিষশাস্ত্ৰ অনুসৰি অত্যন্ত উল্লেখযোগ্য৷

শনিৰ এই গুৰুত্বপূৰ্ণ গোচৰ হ’ব দুৰ্গাপূজাৰ আৰম্ভণিতেই৷ আগন্তুক ৩ অক্টোবৰ ২০২৪ শনি শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বৰ্তমান শনি কুম্ভ ৰাশি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত আছে৷ শনি শতভিষাত প্ৰৱেশ কৰিলে তাৰ ক্ষতিকৰ প্ৰভাৱ আনিব ৬ৰাশিৰ জাতকৰ জীৱনলৈ৷ ২৭ ডিচেম্বৰ ২০২৪ পৰ্যন্ত শনিয়ে শতভিষাত অৱস্থান কৰিব৷ জানি থওক এই সময়ৰ মাজত কোন কোন ৰাশিৰ জাতক সাৱধানে থাকিব?

মেষ ৰাশি

শনিৰৰ গোচৰৰ প্ৰভাৱত বেয়া সময় আহি আছে মেষ ৰাশিৰ জাতকলৈ৷ এই সময়ত আপুনি নিজৰ খং নিয়ন্ত্ৰণত ৰাখক৷ এই সময়ত কোনো বেয়া কাম ভুলতো নকৰিব৷ অন্যথা শনিৰ কোপত আপোনাৰ ডাঙৰ বিপদ আহিব পাৰে৷

মিথুন ৰাশি

শনিৰ গোচৰৰ প্ৰভাৱত আৰ্থিক ক্ষতিৰ মুখত পৰিব মিথুন ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয় কৰাৰ চেষ্টা কৰক৷ অকাৰণে ধন খৰচ নকৰিব৷ কাৰ্যালয়ত সমস্যাই দেখা দিব পাৰে৷ মানসিক অৱসাদ বাঢ়িব৷

সিংহ ৰাশি

শনিৰ পিতা সূৰ্য৷ কিন্তু সূৰ্য আৰু শনি হৈছে পৰস্পৰৰ শত্ৰু৷ আকৌ সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে শনিৰ গোচৰত নানান বিপদ আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনলৈ৷ কেৰিয়াৰত এই সময়ত আপোনাৰ ক্ষতিৰ আশংকা আছে৷ শ্বেয়াৰ মাৰ্কেটৰো ক্ষতি হ’ব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক শনি মহাৰাজৰ প্ৰিয়৷ শনিয়ে শতভিষাত থাকিলে এই সময় তুলাৰ জাতকৰ বাবে বৰ এটা ভাল নহয়৷ কোনো ভুল কাম কৰিলে নিৰ্দয় হৈ শাস্তি দিব শনিয়ে৷ কাকো প্ৰতাৰণা নকৰিব৷ এই সময়ত সত্যৰ পথত থাকক৷

কুম্ভ ৰাশি

বৰ্তমান কুম্ভ ৰাশিতেই অৱস্থান কৰিছে শনিয়ে৷ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ এই সময়ত আপুনি পোৱা টকাৰ পৰা বঞ্চিত হ’ব৷ ব্যৱসায়ত ক্ষতি হ’ব৷ কথা কোৱাতকৈ শুনিবলৈ যত্ন কৰক৷ লাভ হ’ব আপোনাৰ৷

মীন ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ বৃহৎ ক্ষতি হ’ব মীন ৰাশিৰ জাতকৰ৷ বিশেষকৈ ৰাজনীতিৰ সৈতে যিসকল জড়িত তেওঁলোক নানান সমস্যাত সোমাই পৰিব৷ পৰিশ্ৰম কৰিলেও যথেষ্ট ফল লাভ নকৰিব৷ সমাজত সন্মান হানি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইৰণৰ সমস্যাত ভুগি আছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগি আছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
Next Post
নতুন সপ্তাহত ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ জাতকৰ

চিন্তা নকৰিবঃ আহি আছে ধাৰাসাৰ বৰষুণ

চিন্তা নকৰিবঃ আহি আছে ধাৰাসাৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.