• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

1 year ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

4 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

5 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

6 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

7 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

7 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

8 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

9 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

10 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

10 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

11 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

editor by editor
November 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব
0
SHARES
435
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ শীঘ্ৰেই ৰাশি পৰিবৰ্তন কৰিব ন্যায়ৰ দেৱতা শনিয়ে৷ বৰ্তমান শনিয়ে তাৰ নিজস্ব ৰাশি কুম্ভ ৰাশিত আছে৷ বিগত ২৯ জুনত শনি কুম্ভ ৰাশিত বক্ৰী হৈছিল৷ আগন্তুক ১৫ নৱেম্বৰত নিজৰ গতিপথ সলনি কৰিব শনিয়ে৷ কুম্ভ ৰাশিতেই মাৰ্গী হ’ব শনি৷ আগন্তুক শুকুৰবাৰে শনিয়ে বিয়লি ৫বাজি ১১ মিনিটত কুম্ভ ৰাশিত বক্ৰী এৰি মাৰ্গী হ’ব৷ যাৰ প্ৰভাৱ কেইবাটাও ৰাশিৰ ওপৰত পৰিব৷ অৰ্থ-যশ-খ্যাতি আহিব কাৰ কাৰ?

মেষ ৰাশি

বহুদিনৰ কাংক্ষিত সাফল্য পাব মেষ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত কোনো সমস্যা চলিলে এই সময়ত দূৰ হ’ব৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷ কামৰ প্ৰশংসা পাব৷ ব্যৱসায়ীসকলে লাভৰ মুখ দেখিব৷ আয় বাঢ়িব৷ প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হ’ব৷

কৰ্কট ৰাশি

শনি মাৰ্গী হ’লে লাভৱান হ’ব কৰ্কট ৰাশি৷ বহুদিন ধৰি পাবলগীয়া ধন এইবাৰ লাভ কৰিব পাৰে৷ ঋণ শোধ কৰিব পাৰিব৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ পুৰণি চাকৰিত উন্নতিৰ যোগ আছে৷ ব্যৱসায়ত বৃহৎ বিনিয়োগৰ সুযোগ আহিব পাৰে৷ পৰিয়ালৰ সৈতে সময় কটাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ বাবে শনি গ্ৰহৰ বক্ৰীৰ পৰা মাৰ্গী হোৱাটো শুভ৷ যি কোনো কামত হাত দিলেই সাফল্য আহিব পাৰে৷ আত্মবিশ্বাস বাঢ়িব৷ কৰ্মক্ষেত্ৰত উৰ্ধতন কৰ্তৃপক্ষৰ পৰা কামৰ প্ৰশংসা পাব পাৰে৷ আয় ব্যয়ৰ সামঞ্জস্য ৰাখিলে সঞ্চয় বাঢ়িব৷ ব্যৱসায়ত বৃহৎ চুক্তি হ’ব পাৰে৷ পৰিয়ালত সুখ শান্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!
জীৱনশৈলী

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

March 22, 2026
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!
বিশ্ব

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

March 22, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

March 22, 2026
Next Post
গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.