• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

9 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

10 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

11 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

12 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

12 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

13 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

14 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

14 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

15 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

16 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

editor by editor
September 5, 2023
in অসম, জীৱনশৈলী, বিবিধ
0
দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিৰে নিজৰ স্থান পৰিবৰ্তন কৰে। সকলোতকৈ ধীৰে স্থিৰে স্থান পৰিবৰ্তনকাৰী গ্ৰহ শনিয়ে একেটা ৰাশিতেই প্ৰায় আঢ়ৈ বছৰ ধৰিও অৱস্থান কৰে। কৰ্মফলৰ দেৱতা শনিয়ে সকলোকে কাম অনুযায়ীয়ে ফলাফল দিয়ে। ভাল কাম কৰিলে শনিয়ে যেনেকৈ ভাল ফল দিয়ে তেনেকৈ তেনেদৰে বেয়া কাম কৰিলে শনিৰ অশুভ প্ৰভাৱত জীৱন ছাৰখাৰো হৈ যাব পাৰে। সেয়ে শনিক সকলোৱেই ভয় কৰে।

বৰ্তমান স্ব-ৰাশি কুম্ভত শনিয়ে বাস কৰি আছে। আগন্তুক ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব দীপাৱলী। দীপাৱলীৰ পূৰ্বে ৪ নৱেম্বৰত শনিয়ে ৰাশি সলনি কৰি যাত্ৰা কৰিব। গ্ৰহৰাজ শনিয়ে স্থান সলনি কৰিলে জীৱনত প্ৰচুৰ উন্নতি হ’ব তিনি ৰাশিৰ জাতকৰ। জানি থওক শনিৰ শুভ প্রভাৱত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?

বৃষ ৰাশি
শনিয়ে স্থান সলনি কৰিলে আত্মবিশ্বাস বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। এই সময়ত কেৰিয়াৰত প্ৰচুৰ উন্নতি হ’ব বৃষ ৰাশিৰ জাতকৰ। যি কামতেই হাতত নিদিয়ক কিয় সফল হ’ব বৃষ ৰাশিৰ জাতকসকল। ব্যৱসায়ত লাভ বাঢ়িব। চাকৰিত উন্নতিৰ যোগ। জীৱনত এই সময়ত সুখ আৰু সমৃদ্ধি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। নতুন নতুন সুযোগ আহিব। সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ। শনিৰ শুভ প্ৰভাৱত আৰ্থিক পৰিস্থিতি উন্নত হ’ব।

কৰ্কট ৰাশি
শনিৰ স্থান সলনিয়ে দীপাৱলীৰ আগতেই ভাগ্য সলাই দিব কৰ্কট ৰাশিৰ জাতকৰ। আপোনাৰ সংসাৰত এই সময়ত সুখ, শান্তি আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব। চাকৰি আৰু ব্যৱসায় সকলো কামতেই সফলতা লাভ কৰিব। এটাৰ পাছত আনটো সুখবৰ লাভ কৰিব। পৰিশ্ৰমৰ বাবেই শনিৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ’ব। কৰ্কট ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব।

কন্যা ৰাশি
শনিৰ স্থান সলনিত আশীৰ্বাদ লাভ কৰিব কন্যা ৰাশিৰ জাতকসকলে। দীপাৱলীৰ আগে আগে কৰ্মক্ষেত্ৰত বিশেষ কোনো সুখবৰ লাভ কৰিব। চাকৰিত পদোন্নতি আৰু বেতন বৃদ্ধি হ’ব পাৰে। ব্যৱসায়তো লাভ আহিব কন্যা ৰাশিৰ জাতকৰ। এই সময়ত ব্যৱসায় বৃ্দ্ধি কৰিব পাৰে। সংসাৰলৈ সুখ আহিব। এই সময়ত কৰ্মহীনসকলে চাকৰি লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.