• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক

আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক

1 year ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

29 minutes ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

2 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

3 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

5 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

6 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

7 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

7 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

19 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক

editor by editor
September 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা সাৱধান, ২০৫০ ৰ ভিতৰত প্ৰাণ যাব পাৰে ৪ কোটি লোকৰ, পৰিহাৰ কৰক এণ্টিবায়’টিক

ক’ৰোনা ভাইৰাছৰ বিশ্বব্যাপী মহামাৰীৰ বিধ্বংসী ৰূপ আমি সকলোৱে দেখিছিলোঁ। এই ৰোগে সমগ্ৰ বিশ্বৰ গতি বন্ধ কৰি দিছিল। ইয়াৰ বাবে বহু সংখ্যক লোকৰো মৃত্যু হৈছিল। কৰণাৰ পাচতে বহুতে বিশ্বাস কৰে যে এনে মৃত্যুৰ খেল পুনৰ নঘটে।

কিন্তু, বাস্তৱতা হ’ল যে বিশ্বই এতিয়াও এনে এক নিৰৱ হত্যাকাৰীৰ সন্মুখীন হৈছে যিয়ে ২০৫০ চনৰ ভিতৰত প্ৰায় ৪ কোটি লোকক হত্যা কৰিব পাৰে। এই ৰিপৰ্টত জানি লওক এই নিৰৱ হত্যাকাৰী কি আৰু ইয়াক কেনেকৈ এৰাই চলিব পাৰি।

এই বেক্টেৰিয়া বিধৰ নাম হৈছে এন্টিবায়টিক ৰেচিচটেঞ্চ (Antibiotic resistance)। ইয়াৰ অৰ্থ হ’ল এনে সংক্ৰমণ যিয়ে ঔষধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নিদিয়ে। ‘দ্য লেন্সেট’ আলোচনীত প্ৰকাশিত এক গৱেষণাত কোৱা হৈছে যে ১৯০০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ঔষধ প্ৰতিৰোধী সংক্ৰমণৰ বাবে ১০ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল।

গৱেষণাৰ পৰা কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত অৰ্থাৎ অহা ২৫ বছৰত ইয়াৰ বাবে প্ৰায় ৪ কোটি লোকে প্ৰাণ হেৰুৱাব পাৰে। এই গৱেষণাই বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

কেতিয়া এনে হব পাৰে- এনে তেতিয়া হয়, যেতিয়া বেক্টেৰিয়াটো এনেদৰে বিকশিত হয় যে ই ঔষধৰ প্ৰভাৱ মানৱ শৰীৰত হ্ৰাস কৰি দিয়ে। অৰ্থাৎ নিমোনিয়া আৰু ডায়েৰিয়াৰ দৰে সাধাৰণ ৰোগবোৰো প্ৰাণঘাটি বা মাৰাত্মক হ’ব পাৰে। অৰ্থাৎ বৰ্তমান সহজে আৰোগ্য হোৱা ৰোগবোৰো ভৱিষ্যতে সংকটজনক হৈ পৰিব পাৰে।

গৱেষকসকলৰ মতে এনে হোৱাৰ এটা প্ৰধান কাৰণ হৈছে এন্টিবায়টিকৰ অত্যধিক ব্যৱহাৰ। যদি আপুনিও সামান্য সমস্যাৰ ক্ষেত্ৰতো তৎক্ষণাত ঔষধ সেৱন কৰে, তেন্তে এই অভ্যাস সলনি কৰাৰ প্ৰয়োজন।

বিজ্ঞানীসকলে কয় যে যদি অতি সমস্যাজনক বেক্টেৰিয়াৰ বাবে নতুন আৰু অধিক ফলপ্ৰসূ এন্টিবায়টিক প্ৰস্তুত কৰা হয়, তেন্তে প্ৰায় ১ কোটি ১০ লাখ লোকক ৰক্ষা কৰিব পৰা যাব। এনে পৰিস্থিতিত আমি টিকাকৰণ, নতুন ঔষধ আৰু উন্নত স্বাস্থ্যসেৱাৰ জৰিয়তে গুৰুতৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰাৰ বাবে এক নতুন কৌশল ৰচনা কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AntibioticmedicineNew Bacteria
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!
স্বাস্থ্য

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

March 16, 2026
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
Next Post
বিলকিছ বানো গোচৰৰ ক্ষেত্ৰত গুজৰাট চৰকাৰক ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ

বিলকিছ বানো গোচৰৰ ক্ষেত্ৰত গুজৰাট চৰকাৰক ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ

অশ্বিন কৃষ্ণা দশমীত ধনলক্ষ্মীৰ কৃপা, সৌভাগ্যৰে ভৰি পৰিব ৫ ৰাশিৰ জীৱন

অশ্বিন কৃষ্ণা দশমীত ধনলক্ষ্মীৰ কৃপা, সৌভাগ্যৰে ভৰি পৰিব ৫ ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.