নম্বৰৰ পিছত নহয়, জ্ঞানৰ পিছত দৌৰাৰ পোষকতা কৰা এজন ‘ইডিয়ট’। 3 Idiots চলচ্চিত্ৰখনৰ আমিৰ খানৰ চৰিত্ৰটোৰ বাস্তৱ জীৱনৰ চৰিত্ৰ ‘অসম লাইভ ২৪’ৰ পৰ্দাত। চন্দ্ৰশেখৰ চৌধুৰীৰ সৈতে বিশিষ্ট উদ্ভাৱক সোনম ৱাংচুক। এটা EXCLUSIVE সাক্ষাৎকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















