• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

2 years ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

23 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

53 minutes ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

18 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

19 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

22 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

editor by editor
July 1, 2024
in জীৱনশৈলী, বিবিধ, লেখা, শিক্ষা
0
এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সফলতা পাবলৈ কেৱল পৰিশ্ৰমেই যথেষ্ট নহয়৷ সাফল্য অৰ্জন কৰিবলৈ হ’লে বুদ্ধিৰেও কাম কৰিব লাগে৷ কেৱল কিতাপৰ বিদ্যাই সকলো দিব তেনে নহয়৷ জীৱনৰ বাস্তৱেও শিকাই সফলতা কেনেকৈ আহিব৷ যিসকলৰ মানুহ স্মাৰ্ট তেওঁলোকে কষ্টৰ সমান্তৰালকৈ বুদ্ধিও খটুৱাই৷ বুদ্ধিৰ বাবেই তেওঁলোক আন ১০জনতকৈ সোনকালে সফল হয়৷ নিজকে আনতকৈ পৃথক হিচাপে তুলি ধৰে এইসকল ব্যক্তিয়ে৷ সফল মানুহৰ লক্ষণ কি কি?

কৌতুহলী

যিসকল লোক সফল হয় তেওঁলোক কৌতুহলীও হয়৷ সকলো সময়তে এওঁলোকৰ জনাৰ প্ৰতি আগ্ৰহ থাকে৷ নতুন আইডিয়া, কামৰ নতুন পদ্ধতি আৰু সাফল্যৰ নতুন সম্ভাৱনা বিচাৰি থাকে এইসকল লোকে৷ এওঁলোকৰ মনত সকলো সময়তে নানান প্ৰশ্নৰ উদয় হৈ থাকে৷ এওঁলোকে সকলো কথাই গভীৰভাৱে জানিবলৈ আগ্ৰহী হৈ থাকে৷ যিসকল সফল, তেওঁলোকে নিজৰ এটা চিনাকি গাণ্ডীতেই আৱদ্ধ হৈ থাকিব নোখোজে৷ কমফৰ্ট জ’নৰ বাহিৰত গৈ নতুন বিষয় শিকাৰ চেষ্টা কৰি থাকে এওঁলোকে৷

সৃজনশীল

যিসকল স্মাৰ্ট তেওঁলোকৰ মাজত সৃজনশীলতা ভৰপুৰ হৈ থাকে৷ এওঁলোকে সকলো বিষয়েই অন্য ধৰণে চিন্তা কৰে৷ এওঁলোকে সকলো সময়তে নতুন কিছু কৰাৰ চেষ্টা ৰাখে৷ সমস্যাৰ প্ৰতি এওঁলোকৰ দৃষ্টিভংগী পৃথক হয় আৰু সকলো সমস্যাৰ সমাধান এওঁলোকে নিজেই কিবা পদ্ধতি উলিয়াই সমাধা কৰাৰা যত্ন কৰে৷

সমালোচক

সকলো বিষয় খুটিনাটি বিচাৰ কৰিহে মানি লয় এই স্মাৰ্ট ব্যক্তিয়ে৷ ভাল কৈ চালি জাৰি চাই কামত আগবাঢ়ে৷ নিজৰ মত দাঙি ধৰে৷ কোনো বিষয়ত তেওঁলোকে নিজৰ মতেৰে বিৰোধীৰ স্থানতো অৱতীৰ্ণ হয়৷ এওঁলোকৰ নিজস্ব এক চিন্তা চৰ্চা থাকে৷ ক’লেই মানি ল’ব এই ধাৰণাত মুঠেও নচলে এইসকল ব্যক্তিয়ে৷

খোলা মনৰ মানুহ

নিজৰ চিন্তাভাৱনাক আৱদ্ধ কৰিব নাৰাখে৷ নতুন আইডিয়া ভাল লাগিলে সেয়া সোনকালেই গ্ৰহণ কৰি সেই বাটে আগবাঢ়িও যায়৷ নতুন কোনো কামত ভয় নকৰে এই সকল লোকে৷ আৱেগৰ বশত কোনো সিদ্ধান্তও নলয় এইসকল ব্যক্তিয়ে৷

টাইম মেনেজমেণ্টত দক্ষ

যিসকল ব্যক্তি স্মাৰ্ট তেওঁলোকে কেতিয়াও নিজৰ সময়ৰ অপচয় নকৰে৷ টাইম মেনেজমেণ্টত এওঁলোক দক্ষ হয়৷ কোনো কাম কেনেকৈ কোন সময়ত কৰিব তেওঁলোকে সেয়া ভালধৰণেই জানে৷ নিজৰ নিৰ্ধাৰিত সময়ৰ মাজতেই কাম সম্পূৰ্ণ কৰিব পাৰে এইসকল লোকে৷ প্ৰায়ৰিটি বিচাৰ কৰি কাম কৰে স্মাৰ্ট লোকে৷ এইধৰণৰ গুণৰ বাবেই এওঁলোক সফল হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম
বাণিজ্য

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

April 4, 2026
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!
জীৱনশৈলী

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

April 4, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
Next Post
কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.