• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, ১মাহ সমস্যাত থাকিব এই ৪ৰাশিৰ জাতক

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, ১মাহ সমস্যাত থাকিব এই ৪ৰাশিৰ জাতক

1 year ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

10 minutes ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

29 minutes ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 hour ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

2 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

2 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

3 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

21 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

21 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

22 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

22 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, ১মাহ সমস্যাত থাকিব এই ৪ৰাশিৰ জাতক

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, ১মাহ সমস্যাত থাকিব এই ৪ৰাশিৰ জাতক

editor by editor
October 28, 2024
in জীৱনশৈলী
0
শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, ১মাহ সমস্যাত থাকিব এই ৪ৰাশিৰ জাতক
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহ-নক্ষত্ৰই স্থান পৰিবৰ্তন কৰে৷ সম্প্ৰতি সূৰ্যই শুক্ৰৰ মালিকানাধীন ৰাশি তুলা ৰাশিত গমন কৰিছে৷ বিগত ১৭ অক্টোবৰ বৃহস্পতিবাৰে কন্যা ৰাশি এৰি তুলা ৰাশিৰ দিশে আগুৱাবলৈ আৰম্ভ কৰিছে সূৰ্যই৷ আগন্তুক ৩০ দিন সূৰ্যই এই ৰাশিত থাকিব, তাৰপিছতেই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷

তুলা ৰাশিক সূৰ্যৰ নিম্নতম ৰাশি বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷ সেয়ে জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাশিত গ্ৰহৰ ৰজা সূৰ্যৰ অৱস্থান শুভ নহয়৷ যাৰ বেয়া প্ৰভাৱ পৰিব বেছ কেইবাটাও ৰাশিৰ ওপৰত৷ জানক কাৰ কাৰ দুঃসময় আৰম্ভ হ’ব?

কৰ্কট ৰাশি

আগন্তুক ৩০ দিন কৰ্কট ৰাশিৰ মানুহ সতৰ্ক থকাটো ভাল৷ এই সময়ত সামান্য অসাবধানতায়েও আপোনাক বিপদত পেলাব পাৰে৷ হঠাৎ বিশাল ক্ষতি হ’ব পাৰে৷ জীৱনত শত্ৰু চিনাৰ চেষ্টা ৰাখক৷ অপ্ৰয়োজনীয় খৰচ বন্ধ নকৰিলে ভৱিষ্যতে আৰ্থিক সমস্যা হ’ব পাৰে৷

কন্যা ৰাশি

সূৰ্যৰ তুলা ৰাশিত গমন কন্যা ৰাশিৰ বাবে শুভ নহয়৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক৷ কামৰ চাপত শাৰীৰিক, মানসিক ক্লান্তি আহিব পাৰে৷ প্ৰেমৰ সম্পৰ্কত সংগীক সময় দিয়ক৷

বৃশ্চিক ৰাশি

আগন্তুক এমাহ বৃশ্চিক ৰাশিৰ জাতক সতৰ্ক থাকক৷ চাকৰিত উত্তেজনা বাঢ়িব পাৰে৷ পদোন্নতিৰ কথা চলিলেও ৰৈ যাব পাৰে৷ নতুন চাকৰি পোৱাৰ ক্ষেত্ৰত বাধা আহিব পাৰে৷ বিবাদ এৰাই চলি কথাবাৰ্তাত সংযম ৰাখক৷ ব্যৱসায়ীৰ বাবে এই সময় বৰ এটা উন্নত নহয়৷

মীন ৰাশি

আগন্তুক এমাহ মীন ৰাশিৰ অধিকাৰীসকলৰ অৰ্থনৈতিক অৱস্থাত সমস্যা আহিব পাৰে৷ বুজিহে ধন খৰচ কৰিব৷ এই সময়ত বিনিয়োগ কৰাৰ বিষয়ে ভাৱিচিন্তি সিদ্ধান্ত লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

March 13, 2026
Next Post
গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?

গোৱাৰ পানাজী থানাত মাৰাথন জেৰা দীপাংকৰক! অসমলৈ কেতিয়া অনা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰক?

দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.