অসম লাইভ ২৪ঃ হট এণ্ড ছেক্সী গাৰ্ল, বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিঅ’নী এতিয়া কেৰালাত অৱসৰ বিনোদনত ব্যস্ত। অৱসৰ বিনোদনৰ সময়তেই কেৰালা ডায়েৰীত ফটো ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে। ছানী লিঅ’নী নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত ছুইমিং পুলত অৱসৰ বিনোদন কৰা ছবিয়ে এতিয়া তোলপাৰ লগাইছে। ছবিত দেখিবলৈ পোৱা গৈছে peach color বিকিনিৰ সৈতে ছানগ্লাছ পৰিহিত লিঅ’নী। ছানী লিঅ’নীয়ে ফটো কেপচনত লিখিছে ‘ফাৰ্ম কেৰল উইথ লাভ’। ছানী লিঅ’নীৰ এই ছবিয়ে এইপৰ্যন্ত ৭ লাখৰ ওপৰত শ্বেয়াৰ হৈছে লগতে বন্ধুসকলে এই ফটো চাই লিঅ’নীক মাতিছে ‘ৱাটাৰ বেবী’ বুলি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















