• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক

আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক

6 months ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

6 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

37 minutes ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

2 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

3 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

4 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

13 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

14 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

15 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক

আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক

editor by editor
October 6, 2025
in জীৱনশৈলী
0
আজি কোজাগৰী লক্ষ্মীপূজা, আজিয়েই জানি থওক মা লক্ষ্মীৰ প্ৰিয় এই ৪ৰাশিক
0
SHARES
412
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬ অক্টোবৰ ২০২৫ সোমবাৰে লক্ষ্মী পূৰ্ণিমা। শাৰদ পূৰ্ণিমাৰ নিশা কোজাগৰী লক্ষ্মীপূজা পালিত হয়। হিন্দু শাস্ত্ৰমতে মা লক্ষ্মীক সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি বৰ্ষিত হয়। এই সকলো ৰাশিৰ জাতকে দেৱীৰ কৃপাত প্ৰচুৰ ধন সম্পদ লাভ কৰে। কোজাগৰী লক্ষ্মীপূজাৰ দিনাই জানি থওক কোন কোন ৰাশিৰ জাতক মা লক্ষ্মীৰ প্ৰিয়।

বৃষ ৰাশি

জ্যোতিষ অনুসৰি বৃষ ৰাশিৰ জাতকৰ ওপৰত বিশেষভাৱে তুষ্ট থাকে মা লক্ষ্মী। লক্ষ্মীৰ আশীৰ্বাদত এওঁলোকে জীৱনত সকলো ধৰণৰ আভিজাত্য লাভ কৰে। বৃষৰ জাতকৰ ঘৰত কেতিয়াও অৰ্থভাৱ নকমে। এওঁলোক যেনেকৈ বুদ্ধিমান, তেনেকৈ কঠোৰ পৰিশ্ৰমীও হয়। নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু লক্ষ্মীৰ আশীৰ্বাদত তেওঁলোকে জীৱনত প্ৰচুৰ সাফল্য অৰ্জন কৰে।

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ লক্ষ্য কৰা যায়। অত্যন্ত সৌভাগ্যবান হয় তেওঁলোক। সম্পদৰ দেৱীৰ আশীৰ্বাদত তেওঁলোকে জীৱনত প্ৰচুৰ সৌভাগ্য অৰ্জন কৰে। কোনো দিনেই অৰ্থৰ কষ্ট এওঁলোকে ভোগ নকৰে। মিথুন ৰাশিৰ জাতক কঠোৰ পৰিশ্ৰমী হয়। অলপতেই তেওঁলোক সুখীও হয়। সেয়ে সাধাৰণ জীৱনতেই ডাঙৰ সাফল্য লাভ কৰিব পাৰে মিথুনৰ জাতকে।

সিংহ ৰাশি

জ্যোতিষ অনুসৰি সিংহ ৰাশিৰ জাতক অত্যন্ত সৌভাগ্যবান। মা লক্ষ্মীৰ আশীৰ্বাদত সকলো সময়তেই সাফল্য আহে তেওঁলোকৰ জীৱনত। লক্ষ্মীৰ দয়াত সিংহ ৰাশিৰ জাতকে প্ৰচুৰ অৰ্থ আৰু সম্পদ অৰ্জন কৰে। সিংহ ৰাশিৰ জাতকে ৰজাৰ দৰে জীৱন কটায়। সকলোকে নেতৃত্ব দি চালনা কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে। এওঁলোকে দীন-দুখীয়া দৰিদ্ৰক দান কৰি ভালপায়।

মীন ৰাশি

মীন ৰাশিৰ জাতকো মা লক্ষ্মীৰ প্ৰিয় হয়। তেওঁলোকৰ গ্ৰহাধিপতি হৈছে বৃহস্পতি। মা লক্ষ্মীৰ ওপৰিও নাৰায়ণৰ কৃপাদৃষ্টিও তেওঁলোকে লাভ কৰে। প্ৰচুৰ পৰিশ্ৰম কৰিব পাৰে তেওঁলোকে। সেয়ে টকা পইছাৰ অভাৱ কাহানিও নহয় এই ৰাশিৰ জাতকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

March 30, 2026
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
Next Post
লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ’ব আপোনাৰ ঘৰত

লক্ষ্মীপূজাতেই কৰক এই ৪কাম, লক্ষ্মীৰ কৃপাত টকাৰ বৰষুণ হ'ব আপোনাৰ ঘৰত

লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.