• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

5 months ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

1 minute ago
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

20 minutes ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

1 hour ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

2 hours ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

20 hours ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

21 hours ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

22 hours ago
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

23 hours ago
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

24 hours ago
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

1 day ago
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

editor by editor
July 23, 2025
in জীৱনশৈলী, ভাৰত
0
এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱাদিদেৱৰ মহাদেৱৰ আশীৰ্বাদ যাৰ ওপৰত থাকে, তেওঁক কোনো দুঃখ-কষ্টই স্পৰ্শ কৰিব নোৱাৰে৷ শিৱৰ কৃপা লাভ কৰিলে জীৱনৰ সকলো যুঁজ সহজেই জয় কৰিব পাৰে৷ বিগত ২১ জুলাইত পালিত হৈছে শাওন মাহৰ প্ৰথম সোমবাৰে৷ এই বিশেষ দিনতেই জানি থওক জ্যোতিষ গণনা অনুসৰি কোন কোন ৰাশি মহাদেৱৰ প্ৰিয়৷ জীৱনত শিৱ শংকৰৰ কৃপা লাভ কৰে কোন কোন ৰাশিৰ জাতকে?

বৃষ ৰাশি

ভোলেনাথৰ বিশেষ আশীৰ্বাগ সকলো সময়তে বৃষ ৰাশিত থাকে৷ বৃষ হৈছে শিৱৰ বাহন নন্দীৰ সৈতে সম্পৰ্কযুক্ত৷ সেই কাৰণেই মহাদেৱৰ বিশেষ কৃপা এওঁলোকে সকলো সময়তে লাভ কৰে৷ সাহসী আৰু পৰিশ্ৰমী বৃষ ৰাশিৰ জাতকে কোনো কঠিন পৰিস্থিতিতেই ভয় নকৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক মহাদেৱৰ অতি প্ৰিয়৷ মহাদেৱৰ অৰ্ধনাৰীশ্বৰ ৰূপৰ প্ৰতিচ্ছবি ধৰা পৰে এই ৰাশিৰ মাজত৷ মহাদেৱৰ আশীৰ্বাদত সকলো কামেই সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰে এওঁলোকে৷ যি কামতেই হাত দিয়ে তাতেই সাফল্য লাভ কৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ৷ চন্দ্ৰক নিজৰ মূৰত ধাৰণ কৰে মহাদেৱে৷ এই কাৰণতেই কৰ্কট ৰাশিৰ জাতক দেৱাদিদেৱৰ বিশেষ প্ৰিয়৷ মনৰ ভক্তিৰে শিৱৰ আৰাধনা কৰিলে জীৱনলৈ কেতিয়াও ব্যৰ্থতা নাহে৷

ধনু ৰাশি

মহাদেৱৰ প্ৰিয় ৰাশিৰ তালিকাত আছে ধনু৷ শিৱৰ হৰধনুৰ সৈতে সম্পৰ্কযুক্ত এই ৰাশি৷ শিৱৰ আশীৰ্বাদত এওঁলোকে জীৱনত কেতিয়াও ব্যৰ্থতাৰ সন্মুখীন নহয়৷ সকলো বিপদত তেওঁলোকক ৰক্ষা কৰে স্বয়ং মহাদেৱে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশি হৈছে পানীৰ প্ৰতীক৷ অনন্ত জলধাৰাৰ উৎস দেৱী গংগাৰ বাস শিৱৰ জঁটাত৷ সেয়েহে কুম্ভ ৰাশিৰ জাতকো মহাদেৱৰ প্ৰিয় এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি৷ শনিয়ে নিজে মহাদেৱৰ পৰম ভক্ত বুলি কুম্ভৰ জাতকৰ ওপৰত শিৱৰ আশীৰ্বাদ থাকে৷ শিৱক সুখী কৰিবলৈ বেছি চেষ্টাও নকৰিলেও মহাদেৱৰ কৃপা এওঁলোকৰ ওপৰত থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

January 3, 2026
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

January 3, 2026
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?
জীৱনশৈলী

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

January 3, 2026
Next Post
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন