• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

4 weeks ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

2 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

3 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

4 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

5 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

5 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

6 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

7 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

8 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

8 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

9 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

editor by editor
March 16, 2026
in জীৱনশৈলী
0
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাদেৱৰ কৃপা পাব খোজে বহুতেই৷ প্ৰত্যেক মানুহেই শিৱৰ আৰাধনা কৰে৷ কাৰণ শিৱ অলপতে সন্তুষ্ট হোৱা দেৱতা৷ তেওঁক আশীৰ্বাদ লাভ কৰা বিশেষ কঠিন কামো নহয়৷ মনেৰে মাতিলে আৰু নিষ্ঠাৰে তেওঁৰ উপাসনা কৰিলেই তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ ইয়াৰ মাজতেই ১২ ৰাশিৰ ভিতৰত এনে ৩ৰাশি আছে যি জন্মগতভাৱেই শিৱৰ প্ৰিয় হয়৷ এই ৰাশিৰ জাতকৰ ওপৰত সদায়ে আশীৰ্বাদ বৰ্ষণ কৰে মহাদেৱে৷ জানি থওক এই ৩ৰাশি কি কি?

কৰ্কট ৰাশি

প্ৰায় সকলোৱেই জানো যে শিৱৰ মূৰত স্থান লাভ কৰিছে চন্দ্রই৷ সেয়ে চন্দ্ৰৰেই ৰাশি কৰ্কটৰ ওপৰত শিৱৰ আশীৰ্বাদ থকাটো কোনো অস্বাভাৱিক বিষয় নহয়৷ এই জাতক-জাতিকাই শিৱৰ প্ৰতি এক অদ্ভুত আকৰ্ষণ অনুভৱ কৰে৷ মনেৰে কোনো সমস্যাৰ কথা যদি এওঁলোকে মহাদেৱত জনায় তেতিয়া তেওঁলোকক কেতিয়াও নিৰাশ নকৰে মহাদেৱে৷ এই সমস্যাৰ সমাধানৰ ৰাস্তাও মহাদেৱে মুকলি কৰি দিয়ে৷

বৃশ্চিক ৰাশি

মঙ্গলৰ ৰাশি বৃশ্চিকৰ জাতক জাতিকাৰ খং মহাদেৱৰ দৰেই হয়৷ এওঁলোক শান্ত, কিন্তু এই ৰাশিৰ ব্যক্তিয়ে মনপ বিৰুদ্ধে কোনো কাম কৰিলে বা এওঁলোকৰ সৈতে বেয়া আচৰণ কৰিলেই এওঁলোকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে৷ শিৱই বৃশ্চিক ৰাশিৰ জাতক জাতিকাক মন শান্ত ৰখাৰ শক্তি দিয়ে৷ সেয়ে মহাদেৱৰ কৃপাত এওঁলোকৰ কৰ্মদক্ষতাও প্ৰশংসনীয় হয়৷ প্ৰতি সোমবাৰে শিৱৰ মূৰত পানী ঢালিলে বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে খুবেই ভাল ফল পায়৷

কুম্ভ ৰাশি

শনিৰ ৰাশি কুম্ভৰ জাতক জাতিকাৰ ওপৰত শিৱৰ কৃপা থাকে৷ শিৱৰ কৃপাত এই ৰাশিৰ ব্যক্তিৰ কোনো ইচ্ছাই অসম্পূৰ্ণ হৈ নাথাকে৷ সেয়া পূৰণৰ বাবে পৰিশ্ৰমো এওঁলোকে নিজেই কৰিব লগা হয়৷ পৰ্যাপ্ত পৰিশ্ৰম কৰিলেও কুম্ভ ৰাশিৰ ব্যক্তি কেতিয়াও হতাশ নহয়৷ এই ৰাশিৰ ব্যক্তি শান্তিপ্ৰেমী হয়৷ সকলো সময়তে শান্ত পৰিবেশ বজায় ৰখাৰ চেষ্টা কৰে৷ শিৱৰ কল্যাণতে তেওঁলোকে জীৱনত প্ৰচুৰ সফলতা লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.