২০ ডিচেম্বৰ ২০২৫ শনিবাৰে পুৱা ৭ বাজি ৫০ মিনিটত প্ৰেম, সম্পদ, খ্যাতি আৰু সমৃদ্ধিৰ গ্ৰহ শুক্ৰ বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ বৃহস্পতিৰ ধনু ৰাশিত শুক্ৰৰ প্ৰৱেশ অত্যন্ত শুভ বুলি বিবেচিত হয়৷ বৃশ্চিক ৰাশিত শুক্ৰ দুৰ্বল হলেও ধনু ৰাশিত ইয়াৰ গোচৰে ৩ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ এই ব্যক্তিৰ প্ৰেম, সম্পদ আৰু সুখ বৃদ্ধি পাব পাৰে৷
বৃষ ৰাশি
শুক্ৰই যেতিয়া বৃহস্পতিৰ ধনু ৰাশিত প্ৰৱেশ কৰিব তেতিয়া বৃষ ৰাশিৰ জাতকৰ জীৱনত খুবেই ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ আৰ্থিক সমস্যাৰ সমাধান হব আৰু প্ৰেমিকৰ সৈতে বুজাপৰা উন্নত হব৷ শুক্ৰই যেতিয়া ধনু ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া বৃষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত খুবেই ইতিবাচক পৰিবৰ্তন আহিব৷ আৰ্থিক সমস্যাৰ সমাধান হব আৰু প্ৰেমিকৰ সৈতে বুজাপৰা উন্নত হব৷
তুলা ৰাশি
ধনু ৰাশিত শুক্ৰৰ প্ৰৱেশ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে খুবেই উপকাৰী হব পাৰে৷ পৰিয়ালৰ মাজত শান্তিয়ে বিৰাজ কৰিব আৰু আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ আয়ৰ একাধিক পথ খুলি যাব পাৰে৷ ব্যৱসায়ীক লাভ বৃদ্ধি পাব পাৰে৷ প্ৰেম জীৱনত সমস্যাৰ অৱসান হব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰ অত্যন্ত শুভ হব পাৰে. তেওঁলোৰ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব আৰু প্ৰেমৰ সম্পৰ্ক আৰু সমৃদ্ধ হব৷ কেৰিয়াৰত উন্নতি আশা কৰিব পাৰি আৰু আৰ্থিক সমস্যা দূৰ হব পাৰে৷ জাতক জাতিকাৰ আকৰ্ষণ বৃদ্ধি পাব পাৰে৷ কোনো সুসংবাদ লাভৰ সম্ভাৱনা থাকিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















