• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

2 years ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

10 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

60 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

24 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

editor by editor
June 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ জুনত মিথুন সংক্ৰান্তি পালিত হ’ব৷ কাইলৈ বৃষ ৰাশি এৰি মিথুন ৰাশিত গোচৰ কৰিব সূৰ্য৷ জেঠৰ শেষ হৈ ১৫ তাৰিখৰ পৰা আৰম্ভ হ’ব আহাৰ মাহ৷ ১৪ জুনত মিথুন ৰাশিত প্ৰৱেশ কৰিছে বুধে৷ বিগত ১২ জুনত মিথুন ৰাশিত শুক্ৰৰ গোচৰো আৰম্ভ হৈছে৷ ইয়াৰ ফলত ১৫ জুনৰ পৰা মিথুন ৰাশিত হ’ব তিনি গ্ৰহৰ মিলন৷ ইয়াৰোপৰি সেই ৰাশিতেই অৱস্থান কৰিছে সূৰ্য, বুধ আৰু শুক্ৰই৷ ফলত মিথুন ৰাশিত ত্ৰিগ্ৰহী যোগ গঠন হ’ব৷

ইয়াৰোপৰি বুধ আৰু সূৰ্যৰ মিলনত মিথুন ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ আৰু সূৰ্য আৰু শুক্ৰৰ মিলনৰ ফলত মিথুন ৰাশিত গঠিত হ’ব শুক্ৰাদিত্য ৰাজযোগ৷ জুন মাহৰ এই শেষ ১৫ দিনত অস্থাচলত থাকিব বুধ আৰু শুক্ৰ৷ এইসমূহ যোগৰ ফলত কোন কোন ৰাশিৰ লোক লাভৱান হ’ব৷

বৃষ ৰাশি

বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ জুন মাহৰ শেষ ১৫ দিন জীৱনত উন্নতি হ’ব বৃষ ৰাশিৰ জাতকৰ৷ ঘৰৰ প্ৰবীণ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব৷ ইয়াৰোপৰি কাৰ্যালয়তো আপোনাৰ সম্পৰ্ক উন্নত হ’ব৷ আপোনাৰ কামত কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষ সুখী হ’ব৷ কিবা ভালখবৰ আহিব বৃষ ৰাশিৰ জাতকলৈ৷

মিথুন ৰাশি

জুন মাহৰ শেষ ১৫ দিন সৌভাগ্যৰ বিশেষ আশীৰ্বাদ পাব মিথুন ৰাশিৰ জাতকে৷ এই ১৫ দিনৰ মাজতেই আৰ্থিকভাৱে স্বচ্ছল হ’ব মিথুন ৰাশিৰ জাতক৷ পেছাগত আৰু ব্যক্তিগত জীৱনত সুখ সাফল্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ ফলত সূৰ্যৰ গোচৰ, বুধাদিত্য ৰাজযোগ আৰু শুক্ৰাদিত্য ৰাজযোগৰ শুভ ফল পাব সিংহ ৰাশিৰ জাতকে৷ জুন মাহৰ এই শেষ ১৫ দিনত কোনো বৃহৎ ব্যৱসায়িক চুক্তি কৰিব পাৰে আপুনি৷ ইয়াৰোপৰি বিদেশৰ পৰাও অৰ্থাগমন হ’ব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ সমাজত এই সময়ত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব সিংহ ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ সেয়ে সূৰ্যৰ সৈতে বুধ যুঁটিৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ জুন মাহৰ শেষৰ ১৫ দিন বুধাদিত্য যোগৰ ফলত সুখ সৌভাগ্য বাঢ়িব আপোনাৰ জীৱনত৷ বুদ্ধি আৰু আত্মবিশ্বাস এই সময়ত বাঢ়িব৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷ আৰ্থিকভাৱে লাভৱান হ’ব৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ মিথুন ৰাশিত শুক্ৰ আৰু সূৰ্যৰ যুঁটিৰ প্ৰভাৱত উন্নতি কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ জুনৰ শেষৰ ১৫ দিনৰ ভিতৰত শুক্ৰাদিত্য যোগৰ শুভ প্ৰভাৱত ৰাজভোগ কৰিব আপুনি৷ এই সময়ত আপোনাৰ জীৱনৰ সকলো সমস্যাই দূৰ হ’ব৷ প্ৰেম জীৱনো মধুৰ হ’ব তুলা ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.