• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

3 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

6 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

6 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

7 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

8 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

8 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

9 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

10 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

10 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

10 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

11 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

12 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

editor by editor
December 5, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুদিনৰ বাবে বৃহস্পতিবাৰে ভাৰতলৈ আহিছে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন৷ আমেৰিকাৰ সৈতে ভাৰতৰ কূটনৈতিক টনাআজোঁৰাৰ সময়তে পুটিনৰ এই যাত্ৰাই দিল্লীৰ সৈতে বন্ধুত্ব আৰু দৃঢ় কৰিব খুজিছে মস্কোৱে৷ এই ধাৰণা বিশেষজ্ঞৰ৷ ভাৰতে বৰ্তমান যি পৰিমাণে ইন্ধন আমদানি কৰে তাৰ অধিকাংশই ৰাছিয়াৰ পৰাই আহে৷ প্ৰতিৰক্ষা আৰু সামৰিক সৰঞ্জামৰ ক্ষেত্ৰতো দিল্লী আৰু মস্কোৰ মাজত দীৰ্ঘ কেইবা দশকৰ সুসম্পৰ্ক আছে৷ এই অৱস্থাৰ পুটিনৰ দিল্লী যাত্ৰা বিশেষ তাৎপৰ্যপূৰ্ণ৷

বৃহস্পতিবাৰে সন্ধিয়া নতুনদিল্লীলৈ আহিছে ৰুছ প্ৰেছিডেণ্ট পুটিন৷ সাধাৰণ প্ৰটোকল অনুসৰি কোনো বিদেশী ৰাষ্ট্ৰনেতা ভাৰতলৈ আহিলে তেওঁক আদৰিবৰ বাবে বিমানবন্দৰত স্বাগত জনাবলৈ উপস্থিত থাকে বিদেশমন্ত্ৰী  বা বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিমন্ত্ৰী৷ কেতিয়াবা বিদেশমন্ত্ৰী অন্য কোনো যাত্ৰাত থাকিলে দায়িত্বপ্ৰাপ্ত অন্য কোনো মন্ত্ৰী তাত উপস্থিত হয়৷

কিন্তু পুটিনৰ স্বাগত জনাবলৈ প্ৰটোকল ভাঙি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত হাজিৰ হয় খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৰানৱেত থিয় হৈ কৰমৰ্দনৰ পাছত পুটিনক আলিংগন কৰি নতুন দিল্লী-মস্কোৰ বন্ধুত্বৰ বাৰ্তা তুলি ধৰে৷ তাৰপিছতে বিমানবন্দৰৰ পৰা একেখন বাহনত বহি ৰাওনা হয় মোদী আৰু পুটিন৷ সেই বাহনতো আছিল চমক৷ সেই ক্ষেত্ৰতো ভঙা হয় সাধাৰণ নিয়ম৷

সাধাৰণতে উচ্চ নিৰাপত্তাবিশিষ্ট এখন ৰেঞ্জ ৰোভাৰ বাহনত যাতায়াত কৰে মোদীয়ে৷ কিন্তু পুটিন অহাৰ পাছত সেই বাহনত যাত্ৰা নকৰি এখন বগা টয়োটা বাহনত পুটিন আৰু মোদী একেলগে প্ৰধানমন্ত্ৰী বাসভৱনলৈ যায়৷ এই যাত্ৰাই দুই নেতাৰ প্ৰটকলেই ভাঙিছে৷ তাৰপিছতেই সেই বগা ফৰচুনাৰ বাহনখন চৰ্চালৈ আহিছে৷ মডেলৰ নাম টয়োটা ফৰচুনাৰ ছিগমা ৪এম টি৷

টয়োটা ফৰচুনাৰ ছিগমা ৪ এম টি শক্তিশালী ৪ ৱাট ডিজেল এছ ইউ ভি৷ ২.৮ লিটাৰ টাৰ্বো ইঞ্জিন বাহনখনত আছে ৬ স্পিড মেনুৱেল গিয়াৰবক্স, ডাউনহিল এচিষ্ট কন্ট্ৰোল আৰু ৰিয়াৰ ডিফাৰেনছিয়েল লকৰ দৰে বৈশিষ্ট্য৷ ইয়াৰোপৰি বাহনখনত আছে অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি আৰু বুলেটপ্ৰুফ কাঁচ৷ বাহনখনৰ দাম ৫০ লাখ টকাৰ ওচৰত৷

মোদী আৰু পুটিনে যিখন বগা ফৰছুনাৰ ছিগমা ৪ এমটি বাহনখন চলাইছিল তাৰ নম্বৰ আছিল এম এইচ ০১ ই এন ৫৭৯৫৷ ৰেকৰ্ড অনুসৰি বাহনখনৰ ৰেজিষ্ট্ৰেচন ২০২৪ চনৰ এপ্ৰিলৰ৷ বিচ-৬ নিৰ্গমন নিয়মৰ আঁওতাত আছে এই বাহনৰ ইঞ্জিন৷ সম্প্ৰতি বাহনখন অত্যধুনিক পদ্ধতিৰে সজোৱা হৈছে৷ দেশৰ অতি বিশিষ্ট ব্যক্তি আৰু অতিথিৰ যাতায়াতৰ বাবে ব্যৱহৃত হয় এই বাহন৷

আনহাতে পুটিনে নিজে যিখন ব্যক্তিগত বাহনত যাতায়াত কৰে সেই বাহন বিশেষ ক্ষমতাসম্পন্ন৷ সেই বাহনৰ মাহাত্ম্যও কম নহয়৷ ৰুছ প্ৰেছিডেণ্টৰ ব্যক্তিগত সেই বাহনখন হৈছে অৰাছ চেনাট লিমুজিন৷ পুটিনৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে বাহনখন৷ ১৯৪৫ চনত নিৰ্মিত ছোভিয়েট যুগৰ লিমুজিন জেডআই এছ ১১০ ৰ অনুকৰণেৰে এই বাহন ৰাছিয়াৰ অটোমোবাইল সংস্থা অৰাছে নক্সা কৰা৷ বাহনখন তৈয়াৰ কৰিছে ৰাছিয়াৰ চেন্ট্ৰেল ছায়েণ্টিফিক ৰিচাৰ্ছ অটোমোবাইল এণ্ড অটোমোটিভ ইঞ্জিন ইনষ্টিটিউট ‘নমি’য়ে৷

ইয়াৰপূৰ্বে মাৰ্ছিডিজ বেনজ এছ ৬০০ গাৰ্ড পুলমেন ব্যৱহাৰ কৰিছে পুটিনে৷ ২০১৮ চনৰ পৰা চেনাট লিমুজিন বাহন ব্যৱহাৰ কৰি আছে ৰুছ প্ৰেছিডেণ্টে৷ পুটিনক সৰ্বোচ্চ সুৰক্ষা দিয়াৰ উদ্দেশ্যে তৈয়াৰ কৰা হৈছে বাহনখন৷ ইয়াৰ সৈতে এই বাহনে ৰুছ চৰকাৰৰ ক্ষমতা, মৰ্যদা আৰু শক্তিৰ প্ৰতীক ৰূপেও চিনাকি দিয়ে৷ এই বাহনৰ ওজন প্ৰায় ৬২০০ কিঃগ্ৰাঃ৷ মাত্ৰ ৬ ছেকণ্ডত ঘণ্টাত ১০০ কিঃমিঃ গতি তুলিব পাৰে৷ পৰবৰ্তী কেইবাছেকেণ্ডত বাহনখনে ২৫০ কিঃমিঃ ঘণ্টাত যাত্ৰা কৰিব পাৰে৷ ধাৰণা কৰা হৈছে যে পুটিনৰ চেনাট লিমুজিনখন এক চলমান দুৰ্গই৷

বাহনখন শক্তিশালী বুলেটপ্ৰুফ কাঁচেৰে আৱৰা৷ বাহনখনৰ মাজত আৰু ছাদৰ তলতো সুৰক্ষা ব্যৱস্থা আছে৷ যি অতৰ্কিত অক্ৰমণৰ সময়ত গুলি আৰু বিস্ফোৰণৰ পৰা যাত্ৰীসকলক নিৰাপদে ৰাখে৷ পুটিনে যেতিয়া বিদেশ যাত্ৰা কৰে তেওঁৰ সৈতে লৈ যোৱা নহয় অৰাছ চেনাট লিমুজিনটি৷ বিমানৰ পৰা নামি সেই বাহনতেই তেওঁ যাত্ৰা কৰে৷ কিন্তু ভাৰত যাত্ৰাত এইবাৰ তেওঁক ব্যতিক্ৰম দেখা গল৷ এইবাৰৰ  যাত্ৰাত ভাৰত-ৰাছিয়াৰ ২৩ তম শীৰ্ষ বৈঠকতো অংশ লব পুটিনে৷ ইয়াৰোপৰি শুকুৰবাৰে দিল্লীৰ হায়দৰাবাদ হাউচৰ বৈঠকত দ্বিপাক্ষিক সহযোগিতা সংক্ৰান্তিয় একাধিক চুক্তিত চহীও কৰিব পাৰে৷ তাৰমাজত অন্যতম ৰাছিয়াৰ পৰা আৰু এছ-৪০০ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান...! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.