• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

1 year ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

4 minutes ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

39 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

5 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

6 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

8 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

editor by editor
February 25, 2025
in জীৱনশৈলী, ভাৰত
0
ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৫ ফেব্ৰুৱাৰী ২০২৫ মঙলবাৰে দিনজুৰি মকৰ ৰাশিত অৱস্থান কৰিব চন্দ্ৰই৷ বৈদিক পঞ্জিকা অনুসৰি আজি ফাগুনৰ কৃষ্ণা দ্বাদশী তিথি৷ আজি দিনৰ ১২ বাজি ৪৭ মিনিট পৰ্যন্ত কৃষ্ণা দ্বাদশী তিথি থাকিব৷ তাৰপিছতেই আৰম্ভ হ’ব কৃষ্ণা ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি ব্যাতিপত যোগ আৰু বৰিয়ান যোগৰ প্ৰভাৱ থাকিব৷ আজি প্ৰথমে থাকিব উত্তৰ আষাঢ় আৰু পাছত শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আজি ২৫ ফেব্ৰুৱাৰী ব্যতিপত যোগৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত আজি আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে আজিৰ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত আজি সুখৰ পৰিবেশ থাকিব৷ প্ৰয়োজনত জীৱনসংগীক কাষত পাব মেষ ৰাশিৰ জাতকৰ৷ যিসকল অবিবাহিত তেওঁলোকৰ ঘৰত বিবাহৰ কথা চলিব পাৰে৷

কৰ্কট ৰাশি

ত্ৰিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ আজি সকলো ধৰণৰ সুখ আপুনি লাভ কৰিব পাৰে৷ কোনো ঘৰ বা বাহন কিনাৰ দীৰ্ঘদিনৰ ইচ্ছা আজি আপোনাৰ পূৰণ হ’ব পাৰে৷ পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন দেখা পাব পাৰে৷ পেছাগত জীৱনত পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ আজি কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷

কন্যা ৰাশি

বৰিয়ান যোগৰ প্ৰভাৱত আজি ধন লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ আজি আপোনাৰ আৰ্থিক পৰিস্থিতি বেছ শক্তিশালী হ’ব৷ সকলো কামতেই আজি প্ৰচুৰ সাফল্য লাভ কৰিব আপুনি৷ পৰিয়ালৰ সৈতে বেছ ভালকৈ সময় কটাব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত শান্তি থাকিব৷ নতুন চাকৰি বিচাৰি থকাসকলে আজি কোনো ভাল খবৰ পাব পাৰে৷ অফিচত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক থাকিব৷

মকৰ ৰাশি

আজি ফাগুনৰ কৃষ্ণা দ্বাদশীত সৌভাগ্যৰ আশীৰ্বাদ বৰ্ষিত হ’ব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত আজি আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানত আয়োজন হ’ব পাৰে৷ আজি আপোনাৰ ব্যৱহাৰত কিছু আক্ৰমণাত্মক প্ৰকৃতি দেখা যাব পাৰে৷ ইয়াৰ ফলত আজি কৰ্মক্ষেত্ৰত লাভৱান হ’ব মকৰ ৰাশিৰ জাতক৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল আপুনি পাব৷ আৰ্থিকভাৱে লাভ বাঢ়িব৷

মীন ৰাশি

আজি উত্তৰ আষাঢ় নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ নেটৱৰ্ক আজি বহুপৰিমানে শক্তিশালী হ’ব৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে৷ সকলোৰে সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব৷ মানসিক চাপ মুক্ত হৈ দিনটো কটাব মীন ৰাশিৰ জাতকে৷ আজি নিজৰ কোনো লক্ষ্য পূৰণ কৰিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
Next Post
অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI,  জানি থওক এক নজৰত

এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI, জানি থওক এক নজৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.