• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

1 year ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

4 minutes ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

39 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

5 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

6 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

8 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম

editor by editor
February 25, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
অবিবাহিত মহিলাইয়ো মাতৃ হ’ব, পিতৃৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই, বিশ্বৰ এই আধুনিক মুছলমান ৰাষ্ট্ৰত এই নিয়ম
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুছলমান দেশৰ কথা ভাৱিলেই আমাৰ মনলৈ আহে মহিলাৰ বাবে কঠোৰ নিয়ম, বোৰ্খা  পৰিহিতা মহিলা, দীঘল চেলোৱাৰ কামিজ,পুৰুষৰ দীঘল দাড়ি আদি৷ কিন্তু এনে কিছু দেশ আছে য’ত মুছলমান মহিলাইয়ো বেছ স্বাধীনভাৱে জীৱনযাপন কৰে৷ ভাৰতৰ খুব নিছেই অৱস্থিত এখন ইছলামিক দেশ ছৌদী আৰৱ৷ এই দেশ বিশ্বৰ ৫০খনতকৈ বেছি মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ মাজত সকলোতকৈ আধুনিক৷

কেইবাবছৰ পূৰ্বে ছৌদী আৰৱত এখন আইন প্ৰণয়ন কৰা হৈছিল৷ সেই আইন অনুসৰি ছৌদী আৰৱত বাস কৰা মহিলাসকলে বিয়া নকৰাকৈ মাতৃ হোৱাত কোনো বাধা নাই৷ এই আইন অৱশ্যে সেই দেশত বসবাসকৰা অ মুছলমানৰ বাবেহে তৈয়াৰ কৰা হৈছে৷ এই আইনৰ নাম হৈছে ফেডাৰেল পাৰ্ছনেল ষ্টেটাছ ল’৷

প্ৰায় ২ বছৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰশাহীত যেতিয়া এই নতুন নিয়ম আৰম্ভ কৰা হৈছিল তেতিয়া সমগ্ৰ বিশ্বত এই আইনক লৈ আলোচিত হৈছিল৷ ছৌদী আৰৱ চৰকাৰে আইনখন ইমানেই উদাৰভাৱে তৈয়াৰ কৰিছে যি আইনক ইউৰোপৰ যিকোনো দেশৰ সৈতে তুলনা কৰিব পাৰি৷ সংযুক্ত আৰৱ আমিৰশাহীত বসবাসকৰা অমুছলমানসকলৰ বিবাহ, বিবাহবিচ্ছেদ, সন্তানৰ লালন পালন, সম্পত্তিৰ অধিকাৰ, উইল ইত্যাদি বিষয়ত এই আইন খুবেই উদাৰ৷ এই আইনখনৰ মাধ্যমেৰে এতিয়া বসবাসকাৰী বিদেশীসকলক আৰু ধৰ্মীয় স্বাধীনতা আৰু তেওঁলোকৰ ইচ্ছা অনুসৰি জীৱনযাপনৰ স্বাধীনতা দিয়া হৈছে৷

ছৌদী আৰৱ চৰকাৰে প্ৰণীত আইন অনুসৰি এগৰাকী যুৱতীয়ে বিয়া নকৰাকৈ মাতৃ হ’ব পাৰিব আৰু তেওঁলোকে সন্তানৰ পিতৃৰ নাম প্ৰকাশ কৰাৰো প্ৰয়োজন নাই৷ স্বামীৰ নাম অবিহনেই সন্তানৰ জন্মৰ ছাৰ্টিফিকেটো তৈয়াৰ কৰিব পাৰে৷

এই আইন অনুসৰি সংযুক্ত আৰৱ আমিৰশাহীত বসবাসকাৰী যিকোনো অমুছলমান যুৱকে নিজৰ পিতৃ বা পৰিয়ালৰ সন্মতি অবিহনেই ২১ বছৰ বয়সত তেওঁৰ পছন্দৰ ব্যক্তিক বিয়া কৰাবও পাৰে৷ অন্যহাতে যদি কোনো অমুছলমান দম্পতিয়ে বিবাহ বিচ্ছেদ কৰিবলৈ আগ্ৰহী হয় তেতিয়া তেওঁলোকে পাৰস্পৰিক সন্মতিত বিচ্ছেদ ল’ব পাৰে৷ অথৱা স্বামী বা স্ত্ৰীৰ যিকোনো এজনে বিবাহবিচ্ছেদৰ বাবে আদালতলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
Next Post
এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI,  জানি থওক এক নজৰত

এই ৫ বেংকে দিছে সকলোতকৈ সস্তাত কাৰ লোন, ৫ লাখ টকাৰ ঋণত কিমান হ’ব EMI, জানি থওক এক নজৰত

তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন,  চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন, চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.