• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

4 days ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

28 minutes ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

58 minutes ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

3 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

4 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

22 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

23 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

1 day ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?

editor by editor
January 24, 2026
in জীৱনশৈলী
0
নেটমাধ্যমত ট্ৰেণ্ডিং ‘পাৰফেক্ট ফেব্ৰুৱাৰী’, কিয় বিশেষ এইবাৰৰ ফেব্ৰুৱাৰী মাহ? নেপথ্যত কি কাৰণ?
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেলেণ্ডাৰৰ পাত লুটিয়াই চাইছেনে? ফেব্ৰুৱাৰী মাহ আৰম্ভ হ’বলৈ বেছি দিন নাই৷ ফেব্ৰুৱাৰী মাহ আৰম্ভ হোৱাৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ কেলেণ্ডাৰ চাই উত্তাল সামাজিকমাধ্যম৷ বিশেষকৈ সামাজিকমাধ্যত এক্সত এটাই শব্দ চৰ্চা হৈছে৷ এইবাৰৰ ফেব্ৰুৱাৰী পাৰফেক্ট ফেব্ৰুৱাৰী৷ নেটিজেনৰ দাবী যে এইবাৰৰ ফেব্ৰুৱাৰী একেবাৰেই নিখুঁত৷ কিন্তু কিয় নিখুঁত বুলি কোৱা হৈছে ফেব্ৰুৱাৰী মাহক? কিয় এই মাহক লৈ চলিছে বিস্তৃত চৰ্চা?

গণিতৰ হিচাপে কৈছে এইবাৰৰ ফেব্ৰুৱাৰী মাহ আক্ষৰিক অৰ্থত আয়তাকাৰ৷ কেলেণ্ডাৰৰ পাতত চকু দিলেই বুজিব যে মাহৰ প্ৰতিটো বাৰ অৰ্থাৎ সোমবাৰৰ পৰা ৰবিবাৰ প্ৰতিটোৱেই ঠিক চাৰিবাৰকৈ ঘূৰিছে৷ মাহৰ ১ তাৰিখ আৰম্ভ হৈছে শনিবাৰেৰে আৰু শেষ হৈছে শুকুৰবাৰে৷

এই ২৮ দিনৰ মাজত কোনো এটা বাৰেই পাঁচবাৰকৈ অহা নাই৷ সাত দিনৰ চাৰিটা সপ্তাহ মিলি তৈয়াৰ হৈছে এক নিখুঁত জ্যামিতিক বিন্যাস৷ আৰু সেই ঘটনাকেই নেটিজেনে কৈছে পাৰফেক্ট ফেব্ৰুৱাৰী৷ বিশেষজ্ঞই কৈছে এই বিষয়টোত অলৌকিক একো নাই৷ অধিবৰ্ষ বা লিপ ইয়েৰ নহলে সাধাৰণতে ফেব্ৰুৱাৰী মাহ ২৮ দিনীয়াই হয়৷ আৰু ২৮ যিহেতু ৭ৰে বিভাজ্য (৭×৪ সপ্তাহ= ২৮) সেয়ে প্ৰতি ছবছৰ বা ১১ বছৰৰ অন্তৰে অন্তৰে এনে নিয়ম মানিয়েই কেলেণ্ডাৰ সাজি উঠে৷ আৰু ইয়াৰ পূৰ্বে ২০২১ চনত এনে পাৰফেক্ট ফেব্ৰুৱাৰী মাহ চলিছিল৷ আকৌ সেয়া দেখা যাব ২০২৭ চনত৷ বিগত বছৰ অৰ্থাৎ ২০২৪ চনৰ লিপ ইয়েৰ হোৱা মাহটো আছিল ২৯ দিনৰ৷ ফলত সেই বছৰ পাৰফেক্ট ফেব্ৰুৱাৰী নাছিল৷

উল্লেখ্য যে একঘেয়ামী জীৱনত কেলেণ্ডাৰৰ এইধৰণৰ সালসলনিয়ে কিছু আমোদ দিয়ে৷ আমোদৰ বাবেই এইধৰণৰ খবৰে সামাজিকমাধ্যমত চৰ্চা লাভ কৰে৷ এয়া কোনো শুভ সংকেতৰ বাবে নহয়৷ কাৰণ যিয়েই নহওক এই খবৰ জানিবলৈ আপুনিও আগ্ৰহী হৈ থকাৰ বাবেই এই খবৰ আমি লিখিবলৈ বাধ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য
জীৱনশৈলী

January 28, 2026
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?
জীৱনশৈলী

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

January 28, 2026
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ
জীৱনশৈলী

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

January 28, 2026
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
জীৱনশৈলী

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

January 28, 2026
Next Post
‘জনগণমন’ৰ দৰে ‘বন্দে মাতৰম’ৰ পৰিবেশনতো বিধি বান্ধি দিব খুজিছে কেন্দ্ৰই? মোদী চৰকাৰে আৰম্ভ কৰিছে চিন্তা-চৰ্চা, অৱমাননা কৰিলে কি শাস্তি?

৬ ফেব্ৰুৱাৰীৰ পৰা ধনৰ টেনছন শেষ ৩ ৰাশিৰ জাতকৰ, তৈয়াৰ হৈছে ৰাহু আৰু শুক্ৰৰ যুঁটি, কাৰ কাৰ বাবে ভাল সময় আনিছে এই যুঁটিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন