• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

2 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

15 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

15 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

17 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

18 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

18 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

19 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

19 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

20 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

20 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

21 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে পুৱা ৮ বজাৰ সময়ত প্ৰাইভেট চাৰ্টাৰ্ড লিয়াৰজেট ৪৫ ৰে মুম্বাইৰ পৰা ৰাওনা হোৱাৰ পথত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে৷ বাৰামতি বিমানবন্দৰৰ ৰানৱেৰ পৰা ১০০ ফুৰ দূৰৈত বিমানখন জ্বলি ছাই হৈ যায়৷ ভয়ংকৰ এই ঘটনাত মৃত্যু হৈছে অজিত পাৱাৰসহ ৫গৰাকী লোকৰ৷ বিমানত অজিত পাৱাৰৰ সৈতে আছিল তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী বিদীপ যাদৱ, পাইলট কেপ্টেইন সুমিত কাপুৰ, সম্ভাৱী পাঠক আৰু ফ্লাইট এটেনডেণ্ট পিংকী মালি৷ সকলোৱেই প্ৰাণ হেৰুওৱা বুলি ঘোষণা কৰা হৈছে৷ নিহত পাইলটৰ মাজত আছে সম্ভাৱী পাঠকো৷

কোন আছিল কেপ্টেইন সম্ভাৱী পাঠক?

কেপ্টেইন সম্ভাৱী পাঠক অভিশপ্ত লিয়াৰজেট ৪৫ বিমানৰ পাইলট আছিল৷ তেওঁ এজন সেনা অফিচাৰৰ কন্যা আছিল৷ সম্ভাৱী এয়াৰ ফোৰ্ছ বাল ভাৰতী স্কুলত পঢ়াশুনা কৰিছিল৷ ইয়াৰপাছতেই মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা এৰোনটিক্স/ এভিয়েছন/ এৰোস্পেছ চায়েন্স আৰু টেকনোলজিত স্নাতক ডিগ্ৰি আছিল৷ পাছত তেওঁ নিউজিলেণ্ডৰ ইণ্টাৰনেশ্ব্যনেল কমাৰ্ছিয়েল পাইলট একাডেমিতো ভৰ্তি হয়৷

বিমানৰ পাইলট ইন কমাণ্ডৰ ভূমিকাত আছিল কেপ্টেইন সুমিত কাপুৰ৷ বেচৰকাৰী চাৰ্টাৰ্ড বিমান চলোৱাৰ ক্ষেত্ৰতো তেওঁৰ অভিজ্ঞতা দীৰ্ঘ৷ ভি আই পি ভ্ৰমণ পৰিচালনাত দক্ষ সুমিতৰ কাষত কঠিন অৱতৰণ পৰিস্থিতিও চম্ভালিব পৰা ক্ষমতা আছিল তেওঁৰ৷ দুৰ্ভাগ্যবশত বাৰামতিত যান্ত্ৰিক ত্ৰুটি তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল৷ বিমানখনে দিল্লীৰ চাৰ্টাৰ কোম্পানী VSR পৰিচালনা কৰিছিল৷ দুৰ্ঘটনাৰ পাছতেই বিমানখন জ্বলি যায়৷ ছিভিল এভিয়েছন কৰ্তৃপক্ষই ঘটনাৰ কাৰণ বিচাৰি ওলিয়াবলৈ তদন্ত চলাইছে৷ ইয়াৰোপৰি VSR এভিয়েছনৰ কৰ্মকৰ্তাসকলে বিমানখনক ১০০ শতাংশ নিৰাপদ আৰু ক্ৰুক ভাল অভিজ্ঞ হিচাপে বৰ্ণনা কৰিছে৷

উল্লেখ্য যে এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কৈছে নিজৰ চকুৰে দেখিছো৷ বিমানখন ৰানৱেৰ দিশে গৈছিল আৰু ৰানৱেৰ কাষলৈ আহি থকাৰ সময়ত ৰানৱেৰ পৰা প্ৰায় ১০০ ফুট আগত পৰি যায়৷ প্ৰত্যক্ষদৰ্শীয়ে লগতে কৈছে যেনেকৈ বিমানখন তললৈ নামিছিল দেখিয়েই ধাৰণা হৈছিল ভয়ংকৰ দুৰ্ঘটনা ঘটিব আৰু সেয়াই হ’ল৷ মাটিত পৰি যোৱাৰ পাছতেই বিমানখনৰ ভয়ংকৰ বিস্ফোৰণ ঘটে, তাৰপিছতেই জুই লাগি যায় বিমানখন৷ ইয়াৰপাছতেই ৪-৫টা বিস্ফোৰণৰ শব্দ শুনা যায়৷

তেওঁ লগতে কয়, বিমানখন ভাঙি পৰাৰ লগে লগে স্থানীয় লোকসকল দৌৰি আহিছিল৷ জুইৰ তীব্ৰতা ইমানেই বেছি আছিল যে কাকোৱেই সহায় কৰা সম্ভৱ নহ’ল৷ ইয়াৰ মাজত অজিত পাৱাৰো থকাৰ কথা পাছতহে গম পোৱা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.