• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

2 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

12 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

49 minutes ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

2 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি কোন? একেমুখেই সকলোৱে ক’ব এলন মাস্ক৷ ইয়াৰপাছতেই তালিকাত আছে জেফ বেজোছ তাৰপাছতেই আহে মুকেশ আম্বানীৰ নাম৷ সকলোতকৈ ধনী ভাৰতীয় উদ্যোগী হৈছে মুকেশ আম্বানী, গৌতম আদানী৷ ইয়াৰ মাজতেই নাম নোহোৱাকৈ এজন ধনী ব্যক্তি সদায়ে চৰ্চাৰ আঁওতাত ৰৈ যায়৷ তেওঁ আন কোনো নহয়, তেওঁ ৰতন টাটা৷ ৰিলায়েন্স বা আদানী গ্ৰুপতকৈ কম নহয় টাটা গোষ্ঠীও৷ অথচ ধনী ব্যক্তিৰ তালিকাত কিয় নাই ৰতন টাটাৰ নাম?

প্ৰতি বছৰেই ফোৰ্বছৰ তৰফৰ পৰা দেশ আৰু বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকা প্ৰকাশ কৰা হয়৷ তাত প্ৰতিবাৰেই আম্বানী আদানীৰ নাম থাকে৷ কিন্তু বহু তলত থাকে ৰতন টাটাৰ নাম৷ ২০২২ চনৰ ৱেলথ হুৰুণ ইণ্ডিয়া ৰিছ লিষ্টৰ তালিকাত ৪২১ নম্বৰত আছিল ৰতন টাটাৰ নাম৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ উল্লেখ কৰা হৈছিল ৩৮০০ কোটি টকা৷

ক’ৰ পৰা ধন উপাৰ্জন কৰে ৰতন টাটাই?

ৰতন টাটাৰ আয়ৰ অন্যতম উৎস হৈছে টাটা চেঞ্চৰ শ্বেয়াৰ৷ টাটা গ্ৰুপৰ অধীনত টাটা ষ্টিলৰ পৰা আৰম্ভ কৰি টাটা মোটৰছ, টাটা কেমিকেলছ, টিছিএছসহ একাধিক সংস্থা আছে৷ টাটা চেন্সৰৰ অধীনত থকা এই সমস্ত সংস্থাৰ পৰা বিপুল অৰ্থ উপাৰ্জন হয়৷ এই সকলো অৰ্থৰ এটা বৃহৎ অংশই অনুদান দিয়া হয় টাটা গোষ্ঠীৰ নিজস্ব ট্ৰাস্টত৷

টাটাৰ কোম্পানীসমূহৰ পৰা উপাৰ্জিত অৰ্থৰ ৬৬শতাংশই টাটা ট্ৰাষ্টক জমা দিয়া হয় বিভিন্ন জনকল্যাণমূলক কামৰ বাবে৷ শিক্ষাৰ পৰা স্বাস্থ্য, কৰ্মসংস্থান আৰু সাংস্কৃতিক সমৃ্দ্ধিৰ লক্ষ্যৰেই টাটা ট্ৰাষ্টে কাম কৰে৷ এই কাৰণতেই ৰতন টাটাক শ্ৰেষ্ঠ উদ্যোগপতি বুলি কোৱা হয়৷

কেৱল টাটাৰ সংস্থাই নহয়, ৰতন টাটাই তেওঁৰ ব্যক্তিগত সম্পত্তিৰ এক বৃহৎ অংশ দান কৰিছে সমাজ কল্যাণৰ বাবে৷ বান, ভূমিকম্পৰ পৰা আৰম্ভ কৰি কৰ’নাকালত দেশ যেতিয়া কঠিম সময় বা পৰিস্থিতিৰ মুখত পৰিছিল তেতিয়াই ৰক্ষাকৰ্তাৰ দৰে সকলোৰে কাষত ঠিয় হয় ৰতন টাটা আৰু তেওঁৰ সংস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.