• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

9 months ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

9 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

9 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

10 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

10 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

11 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

11 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

12 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

14 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

14 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

15 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

15 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

editor by editor
April 9, 2025
in জীৱনশৈলী
0
এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আম ফলৰ ৰজা! কেইদিনমানৰ পাছতেই দেশজুৰি উপলব্ধ হ’ব আম৷ বৰ্তমানো বজাৰত কিছু কিছু আম উপলব্ধ৷ ১২ মহীয়া আম সকলো সময়তে বজাৰত উপলব্ধ হয় যদিও থলুৱাভাৱে ব’হাগৰ পৰাহে আম আমাৰ গাঁৱে ভূঁঞে উপলব্ধ হয়৷ সেই আমৰ বজাৰতেই এনে আম আছে যাৰ দাম শুনিলে আপোনাৰো চকু কঁপালত উঠিব৷

জাপানৰ এবিধ আমা আছে যাৰ নাম মিয়োজাকি আম৷ এই আমক সেই দেশৰ বাসিন্দাই সূৰ্যৰ কণী বুলিও আখ্যা দিয়ে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে ইয়াৰ বিশেষ ধৰণৰ ৰং৷ ইয়াক দেখিবলৈ একেবাৰে ৰুবিৰ দৰে লাগে৷ ৰুবিৰ দৰে ৰঙা যদিও ঠিক ৰঙা নহয়৷ এই আম বিক্ৰি হয় ৩ লাখ টকা প্ৰতি কিঃগ্ৰাঃ দৰত৷ ফলত এই আমে বৰ্তমান বিশ্বৰ সকলোতকৈ দামী আম হিচাপে নিজৰ স্থান দখল কৰিছে৷

জাপানে ২০ শতকৰ পৰা এই আমক লৈ পৰীক্ষা কৰি আছে৷ বেছ কেইবাধৰণৰ গছৰ আমক একেলগে কৰি এই আম তৈয়াৰ কৰা হৈছে৷ এই আমৰ পুষ্টিগুণ ইমানেই বেছি যে এজন মানুহে এটা আম অকলে খাব নোৱাৰে৷ ইয়াৰ স্বাদ অন্য আমতকৈ পৃথক৷ ফলত এই আম কেইবাজনে মিলি একেলগে থাক লগা হয়৷

এই আমৰ ওজন হয় ৩৫০ৰ পৰা ৫৫০ গ্ৰাম৷ প্ৰচুৰ মিঠা হয় এই আম৷ ফলত অলপ খালেই এই আম আমূৱাই৷ এই আম কাটিলে তাৰ গোন্ধ বহুদূৰ বিয়পি পৰে৷ ইয়াৰ খেতিৰ বাবে খেতিয়কসকলে বহু পৰিশ্ৰমো কৰিব লগা হয়৷ এই আমৰ প্ৰতিজোপা গছক বিশেষ সুৰক্ষা দি ৰখা হয়৷ অন্য বহু দেশে এই আম তৈয়াৰ কৰাৰো চেষ্টা কৰিছে৷ কিন্তু এতিয়াও সেই আমৰ খেতি অন্য দেশে কৰিব পৰা নাই৷

২০২১ চনৰ বিহাৰৰ এগৰাকী খেতিয়ক সুৰেন্দ্ৰ সিঙে এই আমৰ খেতি কৰিছিল৷ তেওঁ কিছুপৰিমাণে সফলো হৈছে৷ জাপানৰ দৰে স্বাদ নাথাকিলেও কিছু পৰিমাণে তেওঁ সফল হৈছে৷ অৱশ্এযে ই আম ভাৰতৰ অন্য স্থানত অৱশ্যে কৰিব পৰা হোৱা নাই৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ
জীৱনশৈলী

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

January 14, 2026
Next Post
শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

২লাখ বিনিয়োগ কৰি সুদ পাব ১৭,৯০২ টকা, জানি থওক এই FD প্ৰকল্প

২লাখ বিনিয়োগ কৰি সুদ পাব ১৭,৯০২ টকা, জানি থওক এই FD প্ৰকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.