• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰী ৰেখাৰ ৰহস্যময় সেন্দুৰ

অভিনেত্ৰী ৰেখাৰ ৰহস্যময় সেন্দুৰ

5 years ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

11 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

49 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 hour ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

4 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনেত্ৰী ৰেখাৰ ৰহস্যময় সেন্দুৰ

editor by editor
October 10, 2020
in চিনেমা
0
অভিনেত্ৰী ৰেখাৰ ৰহস্যময় সেন্দুৰ
0
SHARES
61.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডৰ খ্যাতনামা অভিনেত্ৰী ৰেখাৰ আজি ৬৬ সংখ্যক জন্মদিন। ১৯৫৪ চনৰ ১০ অক্টোবৰত চেন্নাইত জন্ম হৈছিল ৰেখাৰ। ৰেখাই নিজৰ ফিল্মী কেৰিয়াৰত বহু উত্থান-পতন দেখিছে। ৬৬ বছৰ হোৱাৰ পাছতো ৰেখাৰ সৌন্দর্য পূর্বৰ দৰে অক্ষুণ্ণ আছে। তেওঁৰ সৌন্দর্যই আজিও অন্য অভিনেত্ৰীৰ সৌন্দর্য ম্লান কৰি দিয়ে। ৰেখাই ছবিজগতৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে বহুবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে, যি পৰিস্থিতিত তেওঁ ভাগি পৰিছিল। তথাপিও ৰেখাই কেতিয়াও হাৰ মনা নাই। আহক আজি ৬৬ বছৰীয়া জন্মদিনত ৰেখাৰ জীৱনৰ কিছু বিশেষ কথা জানি লওঁ। ১৯৬৬ চনত দাক্ষিণাত্যৰ ছবি ‘ৰংগুলা ৰত্তম’ৰ জৰিয়তে অভিনয়ৰ পাতনি মেলিছিল ৰেখাই। বর্তমানলৈকে ১৭৫খন হিন্দী আৰু দাক্ষিণাত্য ছবিত অভিনয় কৰিছে ৰেখাই। সেই ছবিসমূহৰ ভিতৰত খুবচুৰত, খুন ভৰি মাংগ, খুন ঔৰ পচিনা, মুকদ্দাৰ বা চিকন্দৰ, উমৰাওজং তেওঁৰ অতি সফল ছবি। ৩বাৰকৈ ফিল্ম ফেয়াৰ বটাঁৰ লগতে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডো লাভ কৰিছিল ৰেখাই। ভাৰত চৰকাৰে ৰেখাক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে। ৰেখাৰ পিতৃ জেমিনি গণেশান দাক্ষিণাত্যৰ অভিনেতা আছিল। পিতৃৰ চাৰিবাৰকৈ বিবাহ হৈছিল যদিও ৰেখাৰ মাতৃৰ পুষ্পাৱলীক কেতিয়াও পত্নীৰ মর্যাদা দিয়া নাছিল। আৰু ৰেখাকো নিজৰ সন্তান বুলি স্বীকাৰ কৰা নাছিল। ১৯৯০ চনত ৰেখাই দিল্লীৰ উদ্যোগপতি মুকেশ আগৰৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেই বিবাহ বেছিদিন বর্তি নাথাকিল। কিছুদিন পাছতে দুয়োৰে বিবাহ বিচ্ছেদ হয়। পৰৱর্তী সময়ত মুকেশ আগৰৱালে আত্মহত্যা কৰে। কিন্তু ৰেখাই আজিও শিৰত  সেন্দুৰ লয়। ৰেখাই বিবাহৰ পূর্বেই ঋষিকাপুৰ আৰু নিতু সিঙৰ বিবাহত সেন্দুৰ লগাই গৈছিল। ২০০৮ চনত এক এৱার্ড শ্ব’তো ৰেখাই সেন্দুৰ লগাই গৈছিল। ৰেখা বৈধব্য হোৱাৰ পাছতো কিয় সেন্দুৰ লগাই, তাৰ ৰহস্য আজিও জানিব পৰা নাই। ৰেখাৰ জীৱনত নবীন নিচ্চাল, জিতেন্দ্ৰ, বিনোদ মেহেৰা, বিশ্বজিৎ আৰু শত্ৰুঘ্ন সিনহাৰ দৰে অভিনেতাৰ লগত প্ৰেমৰ সম্পর্ক আছিল। কিন্তু বিগ বি অমিতাভ বচ্চনৰ সৈতে ৰেখাৰ সম্পর্ক আছিল সকলোতকৈ ঘনিষ্ঠ। দুয়োৰে মাজত কি সম্পর্ক আছিল, সেয়া আজিও সকলোৰে বাবে ৰহস্য। আজিও যিকোনো অনুষ্ঠানত ৰেখা আৰু অমিতাভ বচ্চন উপস্থিত থাকে, তেতিয়া সকলোৰে দৃষ্টি থাকে দুয়োৰে ওপৰত। অমিতভা বচ্চন আৰু ৰেখাৰ শেষ ছবি আছিল ‘চিলচিলা’। য’ত জয়া বচ্চনেও অভিনয় কৰিছিল। কোৱা হয়  যে সেইখন ছবি অমিতাভ বচ্চন, জয়া আৰু ৰেখাৰ প্ৰকৃত জীৱনৰ ওপৰত আধাৰিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24rekha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
চিনেমা

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

December 22, 2025
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ
চিনেমা

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

November 24, 2025
Next Post
এতিয়াৰ পৰা ম’বাইলত শুনক ‘বিগ বি’ৰ কণ্ঠত নতুন বাৰ্তা

এতিয়াৰ পৰা ম’বাইলত শুনক ‘বিগ বি’ৰ কণ্ঠত নতুন বাৰ্তা

বয়সে গৰকা বুৰঞ্জীৰ সাক্ষী ঘৰৰ স্মৃতিবোৰ…

বয়সে গৰকা বুৰঞ্জীৰ সাক্ষী ঘৰৰ স্মৃতিবোৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.