• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

2 months ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

25 minutes ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

1 hour ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

3 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

4 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

5 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

6 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

19 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

19 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

20 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

20 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

editor by editor
April 11, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মদ্যপান নকৰে৷ ধূমপানৰ নিচাও নাই৷ ইয়াৰ পাছতো মাজে মাজে মুখেৰে দুৰ্গন্ধ বাহিৰ হয়৷ যাৰ বাবে অস্বস্তিত ভূগি আছে আপুনি! বহুতেই কয়, পেটৰ সমস্যাৰ বাবে মুখেৰে গোন্ধ ওলাই৷ কিন্তু প্ৰকৃততে মুখ গোন্ধোৱাৰ কাৰণ বেলেগ৷ মুখৰ দুৰ্গন্ধ বহুক্ষেত্ৰতেই লিভাৰৰ ৰোগৰ পূৰ্বলক্ষণ৷ তেজত ছালফাৰ আৰু অন্যান্য দূষিত পদাৰ্থ জমা থাকিলে এই সমস্যাই দেখা দিয়ে৷ চিকিৎসকৰ ভাষাত ইয়াক কোৱা হয় ‘ফেটৰ হেপাটিকাছ’৷  নামটো শুনি জটিল বুলি ধাৰণা হলেও এই সমস্যা বহুতৰেই আছে৷ মুখেৰে গোন্ধ বাহিৰ হলে বহুতেই ভাৱে যে দাঁতৰ সমস্যা হৈছে বা পেটৰ সমস্যা হৈছে৷ এই লক্ষণ চিনি নাপাই বহুজনেই৷ পৰবৰ্তী সময়ত গৈ ফেটি লিভাৰ বা লিভাৰ চিৰোচিছৰ দৰে অসুখে বাঁহ বান্ধে শৰীৰত৷ ফেটৰ হেপাটিকাছ হৈছে শ্বাসৰ সৈতে বাহিৰ হোৱা তীব্ৰ গোন্ধ যি সকলো সময়তেই থাকে৷

খাদ্য খোৱাৰ পাছত যি গোন্ধ ওলাই সেই গোন্ধ এই গোন্ধতকৈ পৃথক হয়৷ গোন্ধৰ ধৰণ পচা মাছ, পচি যোৱা নহৰু বা পচা কণীৰ দৰে হয়৷ এই গোন্ধ হয় ছালফাৰৰ কাৰণে৷ লিভাৰৰ কাম হৈছে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰি দিয়া৷ কিন্তু যদি ছালফাৰসহ আৰু কিছু বিষাক্ত পদাৰ্শ তেজত জমা হৈ থাকে তেতিয়া লিভাৰে সেয়া চেকি বাহিৰ কৰিব নোৱাৰে৷ এই পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ হয় আৰু শ্বাসৰ মাধ্যমেৰে বাহিৰলৈ আহে৷

লিভাৰৰ ক্ৰনিক ৰোগ থকা ব্যক্তিৰ ফেটৰ হেপাটিকাছ হব পাৰে৷ আকৌ দীৰ্ঘ সময় ধৰি লিভাৰৰ ৰোগে শৰীৰত বাঁহ বান্ধি থাকিলে তলে তলে ফেটি লিভাৰৰ সমস্যা হয়৷ তেওঁলোকৰ ফেটৰ হেপাটিকাছৰ লক্ষণে দেখা দিয়ে৷ ইয়াৰ সৈতে আৰু কিছু উপসৰ্গই দেখা দিব পাৰে৷ যেনে জণ্ডিছৰ লক্ষণে দেখা দিয়ে বহুতৰে৷ পেট ফোলা, পেটত পানী জমা হোৱাৰ সমস্যাইয়ো দেখা দিয়ে৷ ভৰিৰ গেৰুহা ফুলি উঠা, ক্লান্ত ভাৱ বাঢ়ি যোৱা৷ শৰীৰৰ নানান স্থানত ৰঙা ৰঙা হৈ পৰা৷ কিছু ক্ষেত্ৰত হেপাটিক এনছেফেলোপেথিৰ উপসৰ্গইয়ো দেখা দিয়ে৷ সেই ক্ষেত্ৰত বিভ্ৰান্তি, মূৰ ঘূৰোৱা, ৰক্তচাপ কমি যোৱাৰ দৰে সমস্যাৰ তৈয়াৰ হয়৷ ৰোগীৰ কথাবাৰ্তা অসংলগ্ন হৈ যায়৷ পাহৰি যোৱাৰ সমস্যাই দেখা দিয়ে৷

ফেটৰ হেপাটিকাছ ধৰা পৰা মানে লিভাৰৰ ৰোগ বাঢ়ি আছে৷ সচেতন থাকিলে খোৱাবোৱাৰ নিয়ন্ত্ৰণ কৰা জৰুৰী৷ মদ্যপান এৰাই চলক৷ নিয়মিত শৰীৰচৰ্চা কৰি ওজন নিয়ন্ত্ৰণত ৰাখক৷ এই ৰোগ খুবেই জটিল পৰ্যায়ত গলে চিৰোচিছৰ লক্ষণে দেখা দিয়ে৷ এই ক্ষেত্ৰত লিভাৰ প্ৰতিস্থাপনৰো প্ৰয়োজন হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?
বাণিজ্য

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
Next Post
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ'ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.