- ডিগাৰুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
- ইঞ্জিনসহ লাইনচ্যুত যাত্ৰীবাহী ৰে’লৰ বহুকেইটা দবা।
- দুৰ্ঘটনাত ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত
- আহতসকলক ততাতয়াকৈ প্ৰেৰণ সোণাপুৰ অসামৰিক চিকিৎসালয়লৈ
- ৭টাকৈ দবা লাইনচ্যুত হৈ দুৰ্ঘটনা সংঘটিত হয়
- ঘটনাৰ পাছতে যাত্ৰীসমূহৰ মাজত হাহাকাৰ অৱস্থা
- কলকাতা পোৱাৰ পূৰ্বে দুৰ্ঘটনাত পতিত হয় ৰে’লখন
- দুৰ্ঘটনাত পতিত ১৩১২৫নম্বৰৰ কলকাতা-চাইৰাং এক্সপ্ৰেছ
- আজি পুৱাৰ ভাগত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















