• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

1 minute ago
১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

2 hours ago
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

3 hours ago
আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

3 hours ago
সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

4 hours ago
দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

12 hours ago
পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

13 hours ago
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

14 hours ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

14 hours ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

15 hours ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

15 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

16 hours ago
১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

বুধবাৰে পুৱা প্ৰায় ৭ বজাত অসমৰ ডিগাৰুত কলকাতা-চাইৰাং এক্সপ্ৰেছৰ ৬টা ডবা ৰেলপথৰ পৰা নামি যায়।

editor by editor
November 11, 2026
in বিবিধ, ভাৰত, লেখা
0
Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতা-চাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্থ। বুধবাৰে পুৱা প্ৰায় ৭ বজাত অসমৰ ডিগাৰুত কলকাতা-চাইৰাং এক্সপ্ৰেছৰ ৬টা ডবা ৰে’লপথৰ পৰা ওলাই যায়। ৰে’লপথৰ পৰা আঁতৰি যোৱাৰ ফলত ডবাবোৰ হেলনীয়া হৈ পৰে। এই দুৰ্ঘটনাত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। অৱশ্যে কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এক্সপ্ৰেছখন ৰেলপথৰ পৰা ওলোৱাৰ পিছত যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান আৰম্ভ কৰে। তথ্য লাভ কৰাৰ পিছতে ৰে’ল বিভাগৰ বিষয়াসকলে দুৰ্ঘটনাস্থলীলৈ ততাতৈয়াকৈ উপস্থিত হয়। এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হ’ল তদন্ত অব্যাহত ৰাখিছে ৰে’লৱে।

জানিব পৰা মতে, মিজোৰামৰ পৰা কলকাতালৈ গৈ আছিল কলকাতা-চাইৰাং এক্সপ্ৰেছ। আন এখন ৰে’ললৈ বাট দিবলৈ ৰে’লখন ডিগাৰু ষ্টেচনলৈ অনা হৈছিল। সেই সময়ত চালকজনে ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। সকলো যাত্ৰী সুৰক্ষিত বুলি ৰে’লৱে অৱগত কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ কাম আৰম্ভ হয়। যাত্ৰীসকলক বিকল্প ৰে’লৰ জৰিয়তে গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত এক্সপ্ৰেছৰ গতি লেহেমীয়া হোৱাৰ বাবে বৃহৎ ক্ষতিৰ পৰা হাত সাৰিব পৰা যায় বুলি অনুমান কৰা হৈছে। দুই এজন লোক সামান্যভাৱে আহত হয়। স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই সংবাদ সংস্থা এএনআইক জনাইছে যে, “আজি পুৱা প্ৰায় ৬:৫৪ বজাত কলকাতা-চাইৰাং এক্সপ্ৰেছৰ ছয়টা ডবা ডিগাৰু ৰেলৱে ষ্টেচনত ৰেলপথৰ পৰা ওলাই যায়। এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। ৰে’লৱেৰ বিষয়াসকল সেই স্থানলৈ ৰাওনা হৈছে।”

হেল্পলাইন ডেস্ক-

এই দুৰ্ঘটনাত ছিলডা আৰু কলকাতা ষ্টেচনত হেল্পলাইন ডেস্ক মুকলি কৰা হৈছে। ছিলদাহ ষ্টেচনত থকা হেল্পলাইন ডেস্কত ফোন কৰিবলৈ দুটা নম্বৰ দিয়া হৈছে। নম্বৰ দুটা হ’ল ০৩৩-২৩৮৩৩৩২৬ আৰু ০৩৩-২৩৫০৯৬৪৩।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!
বিনোদন

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

November 11, 2026
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত
অসম

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

November 11, 2026
আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা
জীৱনশৈলী

আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

November 11, 2026
সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস
জীৱনশৈলী

সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

November 11, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.