অসমত ক’ৰোনাই ভয়াৱহ ৰূপ ল’ব নেকি? ইতিমধ্যে বিভিন্ন গাঁৱত সন্ত্ৰাস চলিছে ক’ৰোনাৰ। ক’ৰোনাৰ এই সন্ত্ৰাস প্ৰতিৰোধ কৰাত বয়সস্থসকলেই নহয়, ব্যৰ্থ হৈছে ৩৫ বছৰীয়া যুৱকো।