• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

6 months ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

6 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

5 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

8 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ'ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

editor by editor
March 29, 2026
in অসম, বিবিধ, ভাৰত, লেখা
0
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
0
SHARES
695
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰে বৃহৎ ঘোষণা। নলবাৰীত ৰাজহুৱা সভাত ভাষণ দি অমিত শ্বাহে কয় যে আগন্তুক দিনত বিজেপি চৰকাৰে অসমত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) প্ৰৱৰ্তন কৰি চাৰিটা বিবাহ নিষিদ্ধ কৰিব। ভোট-বেংক ৰাজনীতিৰ বাবে কংগ্ৰেছ দলে ৰাজ্যৰ জনগাঁথনি সলনি কৰাৰ অভিযোগ উত্থাপন কৰে। আগন্তুক পাঁচ বছৰৰ ভিতৰত বিজেপি চৰকাৰে দেশৰ পৰা “প্ৰতিজন অনুপ্ৰৱেশকাৰী” চিনাক্ত কৰি বহিষ্কাৰ কৰিব বুলিও মন্তব্য কৰে।

শ্বাহে কয় , “ভোটৰ লোভত কংগ্ৰেছ দলে অসমৰ সমগ্ৰ জনগাঁথনি সলনি কৰি দিছে। ধুবুৰী আৰু ইয়াৰ আশে-পাশে থকা নখন জিলা এতিয়া অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিছে।”

তেওঁ আৰু অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে দশক দশক ধৰি অবৈধ অনুপ্ৰৱেশৰ অনুমতি দিছিল। শ্বাহে কয়, ‘কংগ্ৰেছ চৰকাৰে বছৰ বছৰ ধৰি অসমৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰি ৰাখিছিল। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত বন্ধ কৰি অনুপ্ৰৱেশকাৰীয়ে দখল কৰা ১.২৫ লাখ একৰ মাটি উভতাই লৈছে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে এক শক্তিশালী ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয়, “আজি মই নলবাৰীলৈ আহিছো ক’বলৈ: তৃতীয়বাৰৰ বাবে ‘পদুম’ৰ চৰকাৰ গঠন কৰক। অহা পাঁচ বছৰত আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰিম।”

বিজেপিৰ এই স্থিতি পুনৰবাৰ উল্লেখ কৰি শ্বাহে কয় যে, আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াম, তেওঁলোকক বিচাৰি পাম, ভোটাৰ তালিকাৰ পৰা আঁতৰাই তেওঁলোক য’ৰ পৰা আহিছে তালৈ ঘূৰাই পঠিয়াই দিম।

তেওঁ কয়, “১০ বছৰৰ ভিতৰত… আমি বড়ো শান্তি চুক্তি, কাৰ্বি আংলং চুক্তি, ডি এন এল এ চুক্তি, আৰু আলফাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিলোঁ। আজি ১০ হাজাৰ লোকে অস্ত্ৰ-শস্ত্ৰ এৰিছে।” এই কথাটো তেওঁ কংগ্ৰেছৰ শাসনকালত হোৱা অশান্তিৰ ইতিহাসৰ সৈতে তুলনা কৰে।

অসমত ৯ এপ্ৰিলত ১২৬ খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে একক পৰ্যায়ত ভোটদানৰ প্ৰস্তুতি চলিছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অহা ৪ মে’ত ভোটগণনা হ’ব। অসমত এই প্ৰতিদ্বন্দ্বিতা হ’ব বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু কংগ্ৰেছৰ মাজত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিব। এই নিৰ্বানচৰ পাছতেই অসমত বলবৎ হ’ব UCC। হিন্দু, মুছলিম সকলোৰে বিবাহ বিচ্ছেদৰ নিয়ম হ’ব একে। চৰকাৰে অসমত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰি চাৰিখন বিবাহ নিষিদ্ধ কৰিব, লগতে শ্বাহে ৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ আৰু বিতাড়নৰ প্ৰতিশ্ৰুতিও দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Home Minister Amit Shah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
Next Post
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.