• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আল্লাহে মাতিলে সকলো সম্ভৱ! ৪০০০ কিঃমিঃ খোজকাঢ়ি মক্কাত উপস্থিত যুৱক

আল্লাহে মাতিলে সকলো সম্ভৱ! ৪০০০ কিঃমিঃ খোজকাঢ়ি মক্কাত উপস্থিত যুৱক

3 years ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

55 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

1 hour ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

1 hour ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

2 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

2 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

4 hours ago
বৈপৰীত্য

বৈপৰীত্য

5 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

6 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

7 hours ago
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

8 hours ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আল্লাহে মাতিলে সকলো সম্ভৱ! ৪০০০ কিঃমিঃ খোজকাঢ়ি মক্কাত উপস্থিত যুৱক

editor by editor
June 28, 2023
in জীৱনশৈলী, বিশ্ব
0
আল্লাহে মাতিলে সকলো সম্ভৱ! ৪০০০ কিঃমিঃ খোজকাঢ়ি মক্কাত উপস্থিত যুৱক
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ওছমান আৰছাদ নামৰ ছাত্ৰজনে খোজকাঢ়িয়েই উপস্থিত হ’ল মক্কাত। প্ৰতি বছৰেই লাখ লাখ মুছলমানে মক্কালৈ যাত্ৰা কৰে। হজ কৰিলে পুণ্যতা পোৱা যায় বুলি বিশ্বাস ইছলাম ধৰ্মাৱলম্বী লোকৰ। ওছমানেও ওমৰাহ হজলৈ বুলিয়েই যাত্ৰা আৰম্ভ কৰিছিল। পাকিস্তানৰ ঔকাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ওছমানে।

প্ৰায় ৬মাহ খোজকাঢ়ি মক্কাত উপস্থিত হৈছে ওছমান। পাকিস্তানৰ পৰা ইৰাণ, UAE পাৰ হৈ ছৌদি আৰৱত উপস্থিত হয়। ওছমানৰ এই যাত্ৰা সহজ নাছিল।খোজেৰে যাত্ৰা কৰোতে ইৰাক হৈ যাবলৈ ভিছা লাভ কৰা নাছিল ওছমানে। ইৰাকত সোমোৱাৰ অনুমতি নোপোৱাৰ বাবে নাৱেৰে ইউএইলৈ যাত্ৰা কৰে। যাত্ৰা কাল কেনেকৈ পাৰ হৈছিল ওছমানৰ?

যাত্ৰা সন্দৰ্ভত ওছমানে কয়, ‘বতৰৰ পৰিবৰ্তনৰ সৈতে মোকাবিলা কৰি যাত্ৰা কৰিছিলো। খোজ কাঢ়ি ভৰিৰ ছাল ছিঙিছিল। ৰাস্তাত বহু লোকৰ সৈতে চিনাকি হৈছিলো। বহুতে মোক উৎসাহো দিছিল। ৰাস্তাত যি খাদ্য পাইছিলো তাকেই খাইছিলো। বহু লোকে মোক আন্তৰিকতাৰে খাদ্য আগবঢ়াইছিল। থাকিবৰ বাবে মই সদায়ে ভাল ঘৰ পোৱা নাছিলো। ’

ছমাহৰ অন্তত যাত্ৰা সমাপ্ত হ’ল। নিজা সপোনপুৰীত উপস্থিত হ’ল ওছমান। ইচ্ছাৰ সন্মুখত কোনো বাধাই প্ৰাচীৰ হ’ব নোৱাৰে বুলি ওছমানে মক্কাত উপস্থিত হৈ সকলোৰে বাবে প্ৰেৰণ কৰিছে বাৰ্তা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা
অপৰাধ

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

September 27, 2026
Next Post
আজি মণিপুৰত ৰাহুল, কি কি কাৰ্যসূচী হাতত লৈ মনিপুৰলৈ ৰাহুল?

আজি মণিপুৰত ৰাহুল, কি কি কাৰ্যসূচী হাতত লৈ মনিপুৰলৈ ৰাহুল?

একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.