• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

3 years ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

11 minutes ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

1 hour ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

2 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

3 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

4 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

4 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

5 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

5 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

6 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

6 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

7 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

editor by editor
August 4, 2023
in ভাৰত, ৰাজনীতি
0
উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে মোদী উপাধিৰ গোচৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সপক্ষে ৰায় প্ৰদান কৰাৰ পাছতেই পূৰ্ণেশ মোদীয়ে কৰিছে বিশেষ মন্তব্য৷ পুৰ্ণেশ মোদীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই কয়, ‘ৰাহুল গান্ধীয়ে অ’বিচি সম্প্ৰদায়ক অপমান কৰিছিল। এতিয়া ৰাহুল গান্ধীয়ে অন্তৱৰ্তীকালীন সকাহহে পাইছে। আইনী যুঁজ অব্যাহত থাকিব। ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত তদানীন্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে অ’বিচি সম্প্ৰদায়ৰ লগতে মোদী উপাধিক অপমান কৰিছিল। সেই সময়ত, আমি চুৰাটৰ বিচাৰ আদালতত এখন আবেদন দাখিল কৰিছিলো। ২০২৩ চনত, আদালতৰ সকলো আইনী প্ৰক্ৰিয়াৰ পিছত ৰাহুল গান্ধীক ২ বছৰৰ বাবে কাৰাদণ্ড কৰা হৈছিল। তাৰপিছতেই ৰাহুল গান্ধীয়ে সত্ৰ আদালতত স্থগিতাদেশৰ বাবে এখন আবেদন দাখিল কৰে। কিন্তু তাতো, ৰায় আমাৰ পক্ষত আহিল। পিছত, ৰাহুল গান্ধীয়ে গুজৰাটৰ উচ্চ ন্যায়ালয়ত শাস্তি স্থগিত ৰখাৰ বাবে এখন আবেদন দাখিল কৰে। আমি তাতো জিকিছিলো। কিন্তু আজি, উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাত স্থগিতাদেশ দিছে। আমি এই আইনী প্ৰক্ৰিয়াক স্বাগতম জনাইছো। কিন্তু আমাৰ আইনী যুঁজ অব্যাহত থাকিব।’

থোৰতে পূৰ্ণেশ মোদী কোন?

পূৰ্ণেশ মোদীও প্ৰধানমন্ত্ৰী মোদীৰ দৰেই খুবেই দুখীয়া পৰিয়ালৰ সন্তান৷ পূৰ্ণেশ মোদীয়েও নৰেন্দ্ৰ মোদীৰ দৰেই চাহ বিক্ৰী কৰিছিল। তেওঁৰ জন্ম ১৯৬৫ চনৰ ২২ অক্টোবৰত চুৰাটত৷ তেওঁৰ পত্নীৰ নাম বিনাবেন। B.Comৰ বাহিৰেও তেওঁৰ এলএলবিৰ ডিগ্ৰীও গ্ৰহণ কৰিছিল৷ পূৰ্ণেশ মোদী নিজেও পেছাত এজন অধিবক্তাই৷ পূৰ্ণেশ মোদীয়ে ৰাজনীতিত প্ৰৱেশ কৰিছিল ২০১২ চনত। তেওঁ ২০১২ চনৰ উপ-নিৰ্বাচনত চুৰাট পশ্চিম বিধানসভা আসনত জয়ী হয়। ২০২২ চনৰ ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনত পূৰ্ণেশ তৃতীয়বাৰৰ বাবে বিধায়ক হয়। পূৰ্ণেশ মোদীয়ে বিজেপি দলৰ হৈ বুথ আহ্বায়কৰ পৰা চুৰাট গোটৰ মুৰব্বীলৈ পদবীৰ সালসলনি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

ব্যক্তিস্বাধীনতা মানুহৰ আদিম অধিকাৰ, জীৱন বা স্বাধীনতা ৰাষ্ট্ৰই দিয়া উপহাৰ নহয়! পিতৃও উচ্চতম ন্যায়ালয়ৰ দীৰ্ঘকালীন মুখ্য ন্যায়াধীশ আছিল, পিতৃৰ ৰায়কো ভুল প্ৰতিপন্ন কৰি দেখুওৱা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আকৌ চৰ্চাত কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.