• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৎকট গৰমত জিৰণি ল’বলৈ ঠাই বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই

উৎকট গৰমত জিৰণি ল’বলৈ ঠাই বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই

3 years ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

4 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

19 minutes ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

1 hour ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

2 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

2 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

4 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

5 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

6 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

7 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

7 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উৎকট গৰমত জিৰণি ল’বলৈ ঠাই বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই

editor by editor
June 6, 2023
in অসম, গুৱাহাটী, ৰাজনীতি
0
উৎকট গৰমত জিৰণি ল’বলৈ ঠাই বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ ঃ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ মানি ল’লে বিধায়ক কমলাক্ষ্য দেৱ পুৰকায়স্থই। দুদিনৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰসংগত পৰামৰ্শ আগবঢ়াইছিল। তেঁও ৰাইজক কৈছিল যে, গৰমত ফেন নচলাব, বিল বেছি আহিব, তাৰ সলনি গছৰ তলতে বহক’। অধ্যক্ষগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়াৰ। আৰু ইয়াৰ মাজতে, গৰমত বহিবলৈ গছৰ তল বিচাৰি পালে বিধায়ক কমলাক্ষ্য দেৱে। প্ৰখৰ ৰ’দৰ মাজতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰৰ কাষতে থকা গছৰ তলত বহি বতাহ ল’লে কমলাক্ষ্য দেৱে।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে কৰ্ণাটক, পাঞ্জাৱ, দিল্লীৰ, ৰাজস্থান আদি ৰাজ্যৰ চৰকাৰে যি সময়ত নিদিষ্ট পৰিমানৰ বিদ্যুত ইউনিট ৰেহাই দি আহিছে, সেই সময়তে অসম চৰকাৰে প্ৰতিমাহে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আহিছে। শক্তিমন্ত্ৰীৰো অদ্ভুট মন্তব্য- বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজৰ মংগল সাধন কৰা হৈছে। চৰকাৰৰ এনে সিদ্ধান্তৰ ফলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। সেয়ে চৰকাৰৰ ওচৰত সাধাৰণ ৰাইজৰ দাবী উত্থাপন কৰিবলৈ এনেদৰে ওলাই আহিছে বিধায়ক কমলাক্ষ্য দেৱ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?
অসম

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
Next Post
পিতৃ ফেৰিৱালা! উচ্চতৰ মাধ্যমিকত উজ্বলিল কন্যা অঞ্জুমা

পিতৃ ফেৰিৱালা! উচ্চতৰ মাধ্যমিকত উজ্বলিল কন্যা অঞ্জুমা

সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.