• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

3 years ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

21 minutes ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

46 minutes ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

3 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

3 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

3 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

4 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

6 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

7 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

7 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

9 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

editor by editor
June 21, 2023
in জীৱনশৈলী, ভাৰত
0
এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টকা অবিহনে আপুনি জীয়াই থকাই অসম্ভৱ! খাই বৈ জীয়াই থাকিবলৈকে ধন লাগে। বহু ব্যক্তি আছে যিয়ে আয়তকৈ ব্যয় বেছি কৰে। বহুতেই আকৌ সঞ্চয় অধিক কৰে। ৰাশিচক্ৰৰ লক্ষণ চায়েই কোন ব্যক্তিয়ে কেনেকৈ অৰ্থ ব্যয় কৰে জানিব পাৰি। কেইটামান ৰাশিৰ লোক অৰ্থ পৰিচালনাত পাকৈত হয়।

মকৰ ৰাশিঃ এই ৰাশিৰ লোক অত্যন্ত নিখুত আৰু প্ৰৰিশ্ৰমী। তেওঁলোকে পৰ্যাপ্ত অৰ্থ উপাৰ্জনৰেই সমাজৰ উচ্চ আসন দখল কৰে। এই ৰাশিৰ বেছিভাগ মানসিকভাৱে বহু শক্তিশালী হয়। এওঁলোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সপোন বা লক্ষ্যসমূহ পূৰণ কৰে।

বৃষঃ এই ৰাশিৰ লোকৰ পঞ্চ ইন্দ্ৰিয় খুবেই সক্ৰিয়। অৰ্থাৎ স্বাদ, গোন্ধ, দৰ্শন, শ্ৰৱন আৰু স্পৰ্শ এওঁলোকৰ খুবেই সক্ৰিয়। বু্দ্ধিদীপ্তভাৱে এই ইন্দ্ৰিয়সমূহে কাম কৰাৰ বাবে বৃষৰাশিৰ লোকসকলে আৰ্থিকভাৱে উন্নতি কৰে। তেওঁলোকে ধন আয় আৰু ব্যয়ত সমতা বজাই চলে।

কুম্ভঃ কুম্ভ ৰাশিৰ লোকসকল সৃজনশীল। তেওঁলোকে ধন উপাৰ্জনৰ বাবে ভিন্ন পদ্ধতি উদ্ভাৱন কৰাৰ ওপৰিও ধন উপাৰ্জনৰ বিষয়সম্পৰ্কে জানিবলৈ সকলোসময়তে আগ্ৰহী হৈ থাকে। ইতিবাচক ফলাফলৰ বাবে তেওঁলোকে বহু পন্থাই অৱলম্বন কৰে।

তুলাঃ তুলা ৰাশিৰ জাতকসকল অত্যন্ত মোহনীয়। তেওঁলোকৰ সকলো কামেই নিখুঁত। তেওঁলোক পৰিশ্ৰমী।
কন্যাঃ কন্যাৰাশিৰ জাতকসকল অত্যন্ত সম্পদশালী। তেওঁলোকে আৰ্থিক বিষয় আৰু প্ৰাচুৰ্যৰ ফালে দৃষ্টি দিয়ে। তেওঁলোক বহু পৰিশ্ৰমী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

June 18, 2026
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

June 18, 2026
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!
জীৱনশৈলী

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

June 18, 2026
Next Post
মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

মোবাইল হাতত ল’লে এৰিবই নোখোজে! আপোনাৰ শিশুটিৰ মোবাইলৰ নিচা কেনেকৈ এৰুৱাব?

মাহিলী ৯০লাখ! বিচ্ছেদ হ’লেও সম্পত্তিৰ ভাগ পাব প্ৰেয়সী জৰ্জিনাই, জৰ্জিনাৰ সৈতে কি চুক্তি কৰিলে ৰোনাল্ডোৱে?

মাহিলী ৯০লাখ! বিচ্ছেদ হ’লেও সম্পত্তিৰ ভাগ পাব প্ৰেয়সী জৰ্জিনাই, জৰ্জিনাৰ সৈতে কি চুক্তি কৰিলে ৰোনাল্ডোৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.