এখন অৰণ্যৰ আত্মাৰ হাহাকাৰ। সংৰক্ষিত বনাঞ্চল এতিয়া অসংৰক্ষিত। বেদখলকাৰীয়ে টিঘিলঘিলাইছে পাভ সংৰক্ষিত বনাঞ্চলত।