• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

3 years ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

24 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

17 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

18 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

20 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

20 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

21 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

22 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

23 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

24 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 day ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

editor by editor
July 14, 2023
in বিজ্ঞান, ভাৰত
0
কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ কাউণ্টডাউন। শুকুৰবাৰে দুপৰীয়া চন্দ্ৰত অভিযান চলাবলৈ ৰাওনা হ’ব চন্দ্ৰযান-৩। শুকুৰবাৰে দুপৰীয়া ঠিক ২বাজি ৩৫মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ’ব। ইছৰোৰ এই চন্দ্ৰযান কঢ়িয়াই নিব এলভিএম-৩ ৰকেটে। যিয়ে চন্দ্ৰযানখনক পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াব।

এলভিএম-৩ হৈছে এখন ত্ৰি স্তৰীয় উৎক্ষেপণ যান। ইয়াৰ পূৰ্বে একাধিক কৃত্ৰিম উপগ্ৰহ আৰু চন্দ্ৰযাত্ৰাত এই এলভিএম-৩ ব্যৱহাৰ হৈছে। ভাৰতীয় ৰকেটৰ বাহুবলী বুলিও এই যানক কোৱা হয়। এই যানৰ দুটা স্তৰত আছে কঠিন ইন্ধন আৰু এটা স্তৰত আছে তৰল ইন্ধন। কঠিন ইন্ধন ১২৭ ছেকেণ্ড ধৰি জ্বলে। উৎক্ষেপণৰ ১০৮ ছেকেণ্ডৰ পৰা জ্বলিবলৈ আৰম্ভ কৰে এই তৰল ইন্ধন। ২০৩ ছেকেণ্ড ধৰি এই ৰকেট চলিব।
উল্লেখ্য যে ২০১৯ চনৰ ৬ চেপ্টেম্বৰত লেণ্ডাৰ বিক্ৰম ৰকেটৰ সহায়ত ইছৰোই চন্দ্ৰযান-২ চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। অতীতৰ সেই ভুলৰ শিক্ষা লৈয়েই এইবাৰ নতুন কেইবাটাও সালসলনি কৰিছে চন্দ্ৰযান-৩ত।

২০১৯ চনত পঠোৱা সেই চন্দ্ৰযান-২য়ে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। এইবাৰৰ অভিযানত ইছৰোই কোনো অৰবিটাৰ নপঠাই। চন্দ্ৰৰ মাটিত নামিবলৈ কক্ষপথত এতিয়াও সক্ৰিয় হৈ থকা চন্দ্ৰযান-২ৰ অৰবিটাৰৰ সাহায্য ল’ব চন্দ্ৰযান-৩য়ে। চন্দ্ৰৰ মাটিত নামি দুসপ্তাহ ইছৰোৰ যানে গৱেষণা চলাব। এই অভিযানত ইউৰোপীয় মহাকাশ গৱেষণা সংস্থা আৰু নাছাৰ সহায় ল’ব চন্দ্ৰযান-৩য়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
Next Post
লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.