শিক্ষাত মহামাৰীৰ মাধমাৰ। বিদ্যালয়লৈ কেতিয়াও আৰু নাযায় কোটি কোটি শিক্ষাৰ্থী। অনিশ্চিত ভৱিষ্যতৰ দিশে নৱপ্ৰজন্ম। বহু শিক্ষাৰ্থীৰ নাই স্মাৰ্টফোন, নাই চাৰ্জ দিয়াৰ উপায়।