• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 months ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

24 minutes ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

14 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

15 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

15 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

16 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

16 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

17 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

17 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

18 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

20 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

20 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই...’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

editor by editor
April 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আম আদমি পাৰ্টীত তেওঁ নাথাকে সেই কথা একপ্ৰকাৰে পৰিষ্কাৰ হৈ পৰিছে৷ এইবাৰ ৰাঘৱ চাড্ডাৰ ভৱিষ্যৎ কি? তেওঁ বিজেপিত যোগ দিব বুলিও এক চৰ্চা চলিছিল৷ ইয়াৰ মাজতেই ছচিয়েল মিডিয়াত চমকপ্ৰদ ইংগিত দিলে ৰাঘৱ চাড্ডাই৷ বুজাই দিলে, নতুন দল গঠন কৰাৰ ভাৱনা চিন্তা আছে৷

সম্প্ৰতি এক ছচিয়েল মিডিয়া পোষ্টত ৰাঘৱৰ এক সমৰ্থকে দাবী কৰিছে যে দেশৰ তৰুণ প্ৰজন্মই বিচাৰে ৰাঘৱ চাড্ডাই নিজৰ এক ৰাজনৈতিক দল গঢ়ি তোলক৷ ইয়াত অন্য কোনো দলে যোগ দিলে জনপ্ৰিয়তা হেৰুৱাব ৰাঘৱে৷ আনকি সমালোচনাৰ মুখতো পৰিব পাৰে৷ সকলোতকৈ ভাল হ’ব নিজৰ পৃথক দল খোৱাটো৷ আৰু তেতিয়াই যুৱসমাজ ব্যাপকভাৱে তেওঁৰ কাষত ঠিয় দিব৷ ৰাঘৱৰ সেই নতুন দলৰ নাম হ’ব পাৰে জেন জি পাৰ্টী৷

তাৎপৰ্যপূৰ্ণভাৱে সেই সমৰ্থকৰ পোষ্টত জবাব দিছে ৰাঘৱে নিজে৷ তেওঁ লিখিছে ‘interesting thought’ অৰ্থাৎ আকৰ্ষণীয় চিন্তাভাৱনা৷ ৰাঘৱৰ সেই সৰু মন্তব্যই তেওঁৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা তৈয়াৰ কৰি দিছে৷ আপৰ দাবী ৰাঘৱ বিজেপিতেই যাব৷ তেওঁ বিজেপিৰ সৈতে কথাবাৰ্তা ইতিমধ্যেই পাতিছে৷ দুবছৰ পূৰ্বৰে পৰাই বিজেপিৰ সৈতে যোগাযোগ ৰাখিছে ৰাঘৱ চাড্ডাই৷

ৰাঘৱৰ ঘনিষ্ঠ মহলে কৈছে যে এতিয়াই তেওঁ বিজেপিত যোগ দিয়াৰ সম্ভাৱনা নাই৷ ৰাজ্যসভাৰ সাংসদ হিচাপে আৰু দুবছৰৰ ম্যাদ আছে ৰাঘৱৰ৷ এই দুবছৰত তেওঁ দলৰ ভিতৰৰ পৰাই আপৰ সৈতে বিসম্বাদো কৰিব পাৰে৷ পঞ্জাৱৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে যদি বিচাৰে তেতিয়া যোগদান কৰিব পাৰে৷

সমগ্ৰ বিষয়ক লৈ ৰাঘৱে কৈছে, ‘মই বুজিব পৰা নাই কিয় মোৰ কণ্ঠৰোধ কৰা হৈছে৷ আমি সাধাৰণ মানুহৰ কথা কওঁ৷ তাত আম আদমিৰ লাভ হয়৷ তাতে আম আদমি পাৰ্টীৰ সমস্যাটো ক’ত? কিয় মোৰ কণ্ঠৰোধ কৰা হৈছে৷ মানুহৰ কথা কোৱাটো অপৰাধ নেকি? ৰাঘৱৰ চিধা কথা, ‘মোৰ কণ্ঠ হয়তো ৰোধ কৰা হ’ব৷ কিন্তু মোক নস্যাৎ কৰি পেলাব নোৱাৰে৷ মানুহৰ কাষত মই থাকিমেই৷ মানুহৰ কথা মই কমেই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.