কৰ্কট ৰোগত আক্ৰান্ত। তথাপিও কৰ্কটক পৰাভূত কৰাৰ সংকল্প। সঞ্জয় দত্ত ঘূৰি আহিছে। কাইলৈৰ পৰা আৰম্ভ কৰিব চিনেমাৰ কাম।