• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

7 months ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

4 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

4 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

4 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

5 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

6 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

6 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

7 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

8 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

8 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

9 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

9 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

editor by editor
March 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত মঙ্গলক সেনাপতি গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহ শক্তি, সাহস, এনাৰ্জি আৰু যুদ্ধবিগ্ৰহৰ প্ৰতীক৷ মঙ্গলক ৰঙা গ্ৰহ বুলিও কোৱা হয়৷ আগন্তুক ২ এপ্ৰিলৰ বিয়লি ৩ বাজি ২৭ মিনিটত মীন ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ তাতেই ১১ মে পৰ্যন্ত থাকিব৷ জ্যোতিষ অনুসৰি মীন হৈছে বৃহস্পতিৰ গ্ৰহ৷ অৰ্থাৎ দেখা গৈছে বৃহস্পতিৰ ঘৰত মঙ্গল আহিলে তাৰ শুভ প্ৰভাৱ পৰিব ৪ ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক ৰঙা গ্ৰহৰ কৃপাত উন্নতি কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মঙ্গলৰ স্থান পৰিবৰ্তন লাভজনক হব এই ৰাশিৰ জাতকৰ বাবে৷ চাকৰি আৰু ব্যৱসায়ত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ কামৰ পথৰ সকলো বাধা দূৰ হব৷ ভাল কামৰ বাবে পুৰস্কৃত হব৷ পুৰণি প্ৰচেষ্টাই সাফল্য কঢ়িয়াই আনিব৷ এই সময়ত ভৱিষ্যতৰ কথা ভাৱি ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ নতুন চাকৰি লাভৰ যোগ আছে৷

বৃশ্চিক ৰাশি

মঙ্গলৰ গোচৰ শুভ ফলদায়ী হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কামৰ বাবে সন্মান আৰু পুৰস্কাৰ লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও ভাল সময়৷ পঢ়াশুনাত মনোযোগ বাঢ়িব৷ সন্তান সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷

ধনু ৰাশি

মীন ৰাশিত মঙ্গলৰ গোচৰে ধনু ৰাশিৰ বাবে সৌভাগ্যৰ পথ খুলি দিব৷ সম্পত্তি সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷ ব্যৱসায়ত নতুন চুক্তি চূড়ান্ত হব পাৰে৷ নতুন বাহন বা মাটি ক্ৰয়ৰো যোগ আছে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত সুখ থাকিব৷ পোছাকৰ ব্যৱসায়ীয়ে ডাঙৰ লাভ কৰিব পাৰে৷

মীন ৰাশি

মীন ৰাশিত ২ এপ্ৰিলত প্ৰৱেশ কৰিব মঙ্গলে৷ ৰঙা গ্ৰহৰ প্ৰভাৱত ভাল দিন আহিব এই ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কামত অহা বাধা দূৰ হব৷ ভায়েক ভনীয়েকৰ সৈতে কোৱালিটি টাইম কটাব৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ ইয়াৰ ফলত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ উন্নতিৰ নতুন পথ খুলি যাব৷ ব্যৱসায়ত পজিটিভ ফল পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.