• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

3 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

4 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

4 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

4 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

5 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

6 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

7 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

7 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

7 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

8 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

9 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

editor by editor
May 13, 2023
in ভাৰত, ৰাজনীতি
0
কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক বিধানসভা নিৰ্বাচন আছিল বিজেপি আৰু কংগ্ৰেছ দুই দলৰ বাবেই অগ্নিপৰীক্ষা৷ কেন্দ্ৰত থকা বিজেপি দলৰ বাবে কৰ্ণাটকত বিধানসভা নিৰ্বাচন আছিল দক্ষিণলৈ সোমোৱাৰ এক অচিলা৷ ইফালে কংগ্ৰেছৰ বাবে কৰ্ণাটকৰ বিজয় আছিল অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ৷ অৱশেষত কৰ্ণাটকত শেষ হাঁহি মাৰিলে কংগ্ৰেছ দলে৷ কৰ্ণাটকত বিজেপিৰ পৰাজয়ৰ লগে লগেই সমগ্ৰ দক্ষিণভাৰতেই বিজেপিমুক্ত হৈ পৰিল৷ আনহাতে ৰাহুল গান্ধী ‘ভাৰত জোড়ো’ যাত্ৰাৰ পাছত এয়া আছিল প্রথমটো নিৰ্বাচন৷ এই বৃহৎ জয়ৰ পাছতেই ৰাহুল গান্ধীয়েও সুখী হৈ আগবঢ়াইছে নিজা মন্তব্য৷

দক্ষিণ ভাৰতৰ ৫খন ৰাজ্য, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ মাজত কেৱলমাত্ৰ কৰ্ণাটকহে বিজেপিৰ শাসনত আছিল আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুদুচেৰীত বিজেপি সমৰ্থিত এন আৰ কংগ্ৰেছ শাসনত আছে৷ কিন্তু পুদুচেৰীতকৈ কৰ্ণাটক নিৰ্বাচন নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ বাবে গুৰুত্বপূৰ্ণ আছিল৷ ভোট প্ৰচাৰৰ বাবে কৰ্ণাটকত কেইবাদিনো উপস্থিত হৈছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ হিন্দুত্বৰ প্ৰচাৰৰ লগে লগে হিন্দু অধ্যুষিত কৰ্ণাটকত মোদীয়ে বাৰে বাৰে কৈছিল ৰাষ্ট্ৰপ্ৰেম আৰু উন্নয়নৰ কথা৷ তাৰপিছতো কৰ্ণাটকবাসীয়ে মোদীৰ পক্ষ নলৈ ৰাহুলৰ পক্ষতেই ঢাল খালে৷ ৰাহুলে দিয়া ৫ গেৰাণ্টীয়েহে আকৰ্ষণ কৰিলে কৰ্ণাটকৰ ভোটদাতাক৷ দক্ষিণ ভাৰতৰ এই ৰাজ্যত কাম নকৰিলে মোদী মেজিকে৷

উল্লেখ্য যে, বিশেষজ্ঞসকলৰ মতে কৰ্ণাটকত সাম্প্ৰদায়িক হিংসাৰ ঘটনা আজিলৈকে ঘটা নাই৷ কৰ্ণাটকৰ ৰাজনীতিত হিন্দুসকলৰ দুটা সম্প্ৰদায় লিঙ্গায়েত আৰু ভোক্কালিগাদৰ দ্বন্দ আছে যদিও কেতিয়াও কোনো সংঘৰ্ষ হোৱা নাই৷ একাংশ লিঙ্গায়েতৰ বিজেপি দলৰ প্ৰতি সমৰ্থন আছিল৷ কিন্তু ভোক্কালিগাদাৰ মাজত বিজেপিৰ কোনো প্রভাৱ নাছিল৷ ভোটৰ প্ৰচাৰত বিজেপিয়ে হিন্দুত্ববাদৰ কথাবোৰ প্ৰচাৰ কৰিছিল যদিও কৰ্ণাটকবাসীয়ে এই কথাত বিশেষ গুৰুত্ব নিদিলে৷ বিজেপি দলে বিগত বৰ্ষতো হিজাব বিৰোধী আন্দোলনত বিশেষ আগভাগ লৈছিল৷ শেষলৈ কৰ্ণাটকৰ শিক্ষা প্ৰতিষ্ঠানত হিজাব নিষিদ্ধ কৰাত সফলো হৈছিল৷ ইয়াৰোপৰি কৰ্ণাটকত হালাল কৰা মাংস বিক্ৰি কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছিল ২০২২ চনত৷ শ্ৰীৰাম সেনা, বজৰং দল, হিন্দু জাগৰণ বেদীকৰ দৰে সংগঠনৰ দাবীতেই হালাল কৰা মাংস বন্ধৰ বাবে বিধানসভাত বিল পাছ কৰাৰো চেষ্টা কৰিছিল বিজেপি দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
কামত নাহিল হিজাব, টিপু চুলতান, মুছলমান সংৰক্ষণ, বজৰং বিতৰ্ক! মেৰুকৰণৰ ধৰাল অস্ত্ৰইয়ো কাটিব নোৱাৰিলে কংগ্ৰেছৰ ভোট

কামত নাহিল হিজাব, টিপু চুলতান, মুছলমান সংৰক্ষণ, বজৰং বিতৰ্ক! মেৰুকৰণৰ ধৰাল অস্ত্ৰইয়ো কাটিব নোৱাৰিলে কংগ্ৰেছৰ ভোট

হিজাব নিষিদ্ধ কৰা বিজেপি মন্ত্ৰী পৰাজিত! হিজাব পৰিধান কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ জয়

হিজাব নিষিদ্ধ কৰা বিজেপি মন্ত্ৰী পৰাজিত! হিজাব পৰিধান কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ জয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.