গিনিজ ৱর্ল্ড ৰেকৰ্ডত বোকাজানৰ যুৱকৰ নাম অন্তর্ভুক্তি। সিদ্ধার্থ ভি পাণ্ডেয়ে ৰাজ্যলৈ কঢ়িয়ালে গৌৰৱ। মাউণ্ট এভাৰেষ্টত কৰিলে ফেশ্বন শ্ব’। দলটোত আছিল ৯ গৰাকী সদস্য, ইয়াৰে ৩ গৰাকী সদস্য ভাৰতীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ