• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

3 years ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

42 seconds ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

34 minutes ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

2 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

10 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

10 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

11 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

12 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

12 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

14 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

14 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

editor by editor
July 14, 2023
in অসম, বিজ্ঞান, বিশ্ব, ভাৰত
0
গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩
0
SHARES
632
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ভাৰত৷ ১৪ জুলাইৰ দুপৰীয়া ২বাজি ৩৫মিনিটত সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৰা মাৰিলে চন্দ্ৰযান-৩য়ে৷ এই সফল ক্ষণত অসমৰ সন্তানৰ হাতত উৎক্ষেপণৰ ৰিমট দেখি বুকু ওফন্দি উঠিছে প্ৰতিজন অসমীয়াৰ৷ অসমৰ বহুলোকেই কৰিছে প্ৰাৰ্থনা এই যানে এইবাৰ সফলভাৱে চন্দ্ৰত অভিযান চলাওক৷ অসম সন্তান চয়ন দত্তই চন্দ্ৰযান-৩ উৎক্ষেপণৰ ‘কণ্ট্ৰল অপাৰেটৰ’ হিচাপে আছে অসমৰ বিজ্ঞানী চয়ন দত্ত৷

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল বিজ্ঞানী চয়ন দত্ত৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰাই Electronics and Communication Engineeringত পঢ়াশুনা কৰে চয়নে৷ বৰ্তমান তেওঁ মহাকাশ বিভাগৰ UR Rao Satellite Centreত বিজ্ঞানী তথা ইঞ্জিনিয়াৰ জি হিচাপে কৰ্মৰত হৈ আছে৷ চন্দ্ৰযান-৩ প্ৰকল্পৰ ডেপুটি ডিৰেক্টৰ হিচাপে আছে চয়ন দত্ত৷ চয়ন দত্তই লেণ্ডাৰ আৰু ডাটা হেণ্ডেলিংৰ ষ্টৰেজ চিষ্টেম নিৰীক্ষণৰ দায়িত্বতো আছে৷ মহাকাশলৈ যোৱাৰ পাছতেই পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰাৰ পৰা আৰম্ভ কৰি অভিযানৰ যাৱতীয় খুঁটিনাটি নিয়ন্ত্ৰণত ৰখাৰ দায়িত্ব কামাণ্ড আৰু ডাটা হেণ্ডেলিঙৰ দায়িত্বও চয়নৰ হাতত৷

উল্লেখ্য যে সামান্য ভুল হ’লেও এই অভিযান বিফল হ’ব৷ যাৰ কৰুণ পৰিণতি হ’ব পাৰে চন্দ্ৰযান-২ মিছনৰ অনুৰূপ৷ কোনো যাতে ত্ৰুটি ৰৈ নাযায় তাৰবাবে এই যাত্ৰা বহু নিৰীক্ষণৰ অন্ততহে যাবলৈ দিয়া হৈছে৷ স্বাভাৱিকভাৱেই সমগ্ৰ চন্দ্ৰাভিযানৰ সপোনক বাস্তবায়িত কৰাৰ দায়িত্ব লাভ কৰি আন্তৰিক কৃতজ্ঞতা জনাইছে বিজ্ঞানী চয়ন দত্তই৷

বিজ্ঞানী চয়নে এই সন্দৰ্ভত কয়, ‘চন্দ্ৰযান-৩ক লৈ মোৰ মনত সৃষ্টি হোৱা ধুমুহাৰ উমান মই কথাৰে প্ৰকাশ কৰিব নোৱাৰিম৷ মোৰ ওপৰত ইমান গধুৰ দায়িত্ব দি ভৰষা ৰখাৰ বাবে নিজকে সন্মানিত বোধ কৰিছো৷ এতিয়া আমাৰ লক্ষ্য কেৱল চন্দ্ৰযান-৩ ৰ যাত্ৰা সফল কৰা৷ এই মিছনে দেশৰ আৰু বিশ্বৰ বিজ্ঞানীসমাজৰ মাজত উল্লেখযোগ্য মাইলফলক হৈ থাকিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
বিনোদন

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

July 15, 2026
Next Post
মুম্বাইৰ ধাৰাভি বস্তি পুনঃনিৰ্মাণৰ সিদ্ধান্ত! পুনঃনিৰ্মাণৰ দায়িত্ব আদানী গোষ্ঠীক দিলে মহাৰাষ্ট্ৰ চৰকাৰে

মুম্বাইৰ ধাৰাভি বস্তি পুনঃনিৰ্মাণৰ সিদ্ধান্ত! পুনঃনিৰ্মাণৰ দায়িত্ব আদানী গোষ্ঠীক দিলে মহাৰাষ্ট্ৰ চৰকাৰে

৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি

৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.