• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

3 years ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

28 minutes ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

1 hour ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

2 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

3 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

3 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

4 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

5 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

6 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

18 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

19 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

editor by editor
February 15, 2023
in স্বাস্থ্য
0
গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গৰ্ভাৱস্থাৰ ৯ মাহ সময় সকলো মহিলাৰ বাবেই জটিল সময়৷ এই সময়ত শৰীৰ আৰু মনৰ বহু পৰিবৰ্তন আহে৷ বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাৰ সময়ত বিশেষ কিছু পৰীক্ষাৰ দ্বাৰা গৰ্ভস্থ শিশু আৰু মাতৃৰ শৰীৰৰ পৰীক্ষা কৰি থকাটো নিতান্তই প্ৰয়োজন৷ গৰ্ভাৱস্থাৰ কোনসমূহ কাৰ্যৰ বাবে গৰ্ভপাত হ’ব পাৰে জানেনে?

গৰ্ভাৱস্থাত কি কি খাব?
গৰ্ভাৱস্থাত চিগাৰেট, এলকহলৰ ওপৰিও চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিলে গৰ্ভাৱস্থাত বিৰূপ প্ৰভাৱ পৰে৷ ইয়াৰোপৰি উচ্চৰক্ত চাপ, স্থূলতা, ডায়াবেটিছ, মৃৰ্গীৰোগ, থাইৰয়েড আদি সমস্যা থাকিলেও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থকাতো নিতান্তই প্ৰয়োজন৷

গৰ্ভত শিশুটিয়ে লৰচৰ কৰিছেনে সেই বিষয়ে নজৰ ৰখা
বিশেষজ্ঞই প্ৰকাশ কৰামতে যদি গৰ্ভাৱস্থাৰ ২০ সপ্তাহ অতিক্ৰম কৰাৰ পাছতো গৰ্ভস্থ শিশুটিৱে লৰচৰ নকৰে তেন্তে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপাটো দৰকাৰ৷

হাৰ্ট ৰেট পৰীক্ষা
গৰ্ভস্থ শিশুটিৰ হাৰ্টবিট নিয়মিতভাৱে পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজন৷ শিশুটিৰ হাৰ্ট ৰেট ঠিকে নাথাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন৷ চিকিৎসকৰ মতে এটা সুস্থ শিশুৰ ক্ষেত্ৰত হাৰ্ট বিট প্ৰতি মিনিটত ১১০ ৰ পৰা ১৬০ ৰ মাজত থাকে৷

ওজন বৃদ্ধি নোহোৱা
গৰ্ভাৱস্থাত ওজন বঢ়াটো সুস্থ প্ৰেগনেন্সিৰ লক্ষণ বুলি কোৱা হয়৷ ১২-১৫ সপ্তাহৰ ভিতৰত ওজন বাঢ়িবলৈ ধৰাটো সুস্থ প্ৰেগনেন্সিৰ এটা লক্ষণ৷ কোনো কাৰণত যদি ওজন বৃদ্ধি নহয় তেন্তে চিকিৎসৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ
জীৱনশৈলী

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

March 21, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
Next Post
মুখ্যমন্ত্ৰীৰ কথা মানেই আইন নহয়! অধিবক্তাই কৈছে, ক্ৰছ কেছ দিয়ক, আৰক্ষীয়ে ঘৰ মাটি বেচি হ’লেও পইছা দিবলৈ বাধ্য হ’ব

মুখ্যমন্ত্ৰীৰ কথা মানেই আইন নহয়! অধিবক্তাই কৈছে, ক্ৰছ কেছ দিয়ক, আৰক্ষীয়ে ঘৰ মাটি বেচি হ’লেও পইছা দিবলৈ বাধ্য হ’ব

প্ৰায় ৬০ ঘণ্টা ধৰি বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচি! তালাচিৰ অন্তত কি তথ্য লাভ কৰিলে আয়কৰ বিভাগে? সবিশেষ…

প্ৰায় ৬০ ঘণ্টা ধৰি বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচি! তালাচিৰ অন্তত কি তথ্য লাভ কৰিলে আয়কৰ বিভাগে? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.