• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

3 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

6 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

7 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

8 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

8 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

9 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

9 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

10 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

11 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

12 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

12 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

14 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

editor by editor
July 22, 2023
in বিজ্ঞান, বিবিধ, বিশ্ব
0
চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটাৰ পাছত আনটো কক্ষপথ অতিক্ৰম কৰিছে চন্দ্ৰযান-৩য়ে। চন্দ্ৰৰ দিশে সফলভাৱে আগুৱাইছে চন্দ্ৰযান-৩। মঙলবাৰে ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি পৃথিৱীৰ চতুৰ্থটো কক্ষপথত ভৰি দিছে চন্দ্ৰযান-৩য়ে। পৰিকল্পনা অনুযায়ী ৫,১৪,০০ কিঃমিঃ কক্ষপথ অতিক্ৰম কৰিছে চন্দ্ৰযান-৩য়ে। আগন্তুক ২৫ জুলাইৰ দুপৰীয়া ২ৰ পৰা ৩বজাৰ ভিতৰত পঞ্চম অৰ্থাৎ চূড়ান্ত কক্ষপথত ভৰি দিব এই মহাকাশযানখনে। এই এটা এটা কক্ষপথৰ ধাপ পাৰ হোৱা সহজ কথা নহয়। বহু বাধা অতিক্ৰমি এটা এটা কক্ষপথ পাৰ হৈছে চন্দ্ৰযান-৩।

কি কি বাধাৰ সন্মুখীন হৈছে চন্দ্ৰযান-৩?
১) প্ৰথমেই মধ্যাকৰ্ষণ বল। ভূ পৃষ্ঠ বা ভূপৃষ্ঠৰ কাষত অৱস্থিত কোনো বস্তুক পৃথিৱীৰ যি বলে আকৰ্ষণ কৰে সেই বলক কোৱা হয় মধ্যাকৰ্ষণ বল। এই বলৰ বাবেই ভূপৃষ্ঠৰ কিছু উপৰলৈ গৈ কোনো সামগ্ৰী এৰি দিলে সেই সামগ্ৰী তললৈ নিজেই নামি আহে। উদাহৰণস্বৰূপে বল এটা ওপৰলৈ দলিয়াই দিলে বলটো ওলোটি আহি পুনৰ মাটিত পৰে। মধ্যাকৰ্ষণ শক্তিয়ে টানিব নোৱাৰাকৈ চন্দ্ৰযান-৩য়ে ঘণ্টাত ৪০,২৩৩ কিঃমিঃ বেগত গতি কৰিব লগা হৈছে।

২) দ্বিতীয় সমস্যাটো হৈছে ছাবটমিক পাৰ্টিকেল বা উপ-পৰমাণু কণা। এই কণাসমূহ পৰমাণুতকৈয়ো সৰু কণা। পৰীক্ষাত পোৱা অনুসৰি এই আলোক কণাৰ সোঁত মহাকাশত আছে। এয়া এক প্ৰকাৰৰ বিকিৰণ। মহাকাশযানখনত এই কণাই বাৰে বাৰে আঘাত কৰে। সাধাৰণতে বায়ুমণ্ডলৰ নিউক্লিয়াছৰ সৈতে এই পাৰমাণৱিক কণা মিশ্ৰিত হৈ গৌণ কণাৰ সোঁতৰ সৃষ্টি কৰে। এই সোঁতে ছেটেলাইট বা মহাকাশযানৰ শৰীৰক প্ৰভাৱিত কৰে।

৩) তৃতীয়তে আকাশৰ বুকুত থকা জ্বলন্ত অগ্নিকুণ্ড সূৰ্য। সৌৰজগতৰ কেন্দ্ৰতেই আছে সূৰ্য। সূৰ্যৰ পৰা অহা তাপ, কণা আদিয়ে মহাকাশযানখনক ধ্বংস কৰিব পাৰে। শক্তিশালী ভূ-চুম্বকীয় সোঁত আৰু সৌৰ সোঁতে চেটেলাটকো কেতিয়াবা ধ্বংস কৰে। সেয়ে মহাকাশযানখনক ৰক্ষা কৰাৰ বাবে সতৰ্ক হোৱাটো প্ৰয়োজন।

৪) চতুৰ্থ হ’ল মহাশূন্যৰ ধূলি বা স্পেছ ডাষ্ট। মহাকাশযানখনক আঘাত কৰাৰ পাছতেই প্লাজমাত পৰিণত হয় এই ধূলি। উচ্চগতি আৰু সংঘৰ্ষৰ কাৰণে এই ঘটনা ঘটে। ইয়াৰ কাৰণে মহাকাশযানখনৰ ক্ষতি হ’ব পাৰে।

৫) মহাকাশলৈ বৰ্তমানলৈ বহু কৃত্ৰিম উপগ্ৰহ পঠিয়াইছে। কেতিয়াবা কেতিয়াবা পৃথিৱীৰ দিশেৰেও এই উল্কাপিণ্ডসমূহ আহে। বিগত কেইবাবছৰ ধৰি বহু কৃত্ৰিম উপগ্ৰহ পৃথিৱীলৈ পঠিয়াই থকা হৈছে। বহু নিষ্কিয় কৃত্ৰিম উপগ্ৰহেও পৃথিৱীক প্ৰদক্ষিণ কৰি আছে। এইসমূহৰ সৈতে চন্দ্ৰযানখনৰ সংঘৰ্ষ হোৱাৰো বহু আশংকা থাকে। ২০০৯ চনত তেনেকৈ নিষ্ক্ৰিয় কৃত্ৰিম উপগ্ৰহৰ খুন্দাতেই ইৰিডিয়াম চেটেলাইটটো ধ্বংস হৈ পৰিছিল।

৬) ভুল কক্ষপথত ভৰি দিয়া। যান্ত্ৰিক খেলিমেলিৰ বাবে যদি আমি পঠোৱা চেটেলাইট এটাই কক্ষপথ ভুল কৰে তেন্তে বিপৰ্যয় হ’ব পাৰে। এই ভুল পথে যোৱা যানখনক সহজে সঠিক পথলৈ আনিব পৰা নাযায়। এনেকৈ যোগা যান এখনক ঘূৰাই আনিবলৈ শক্তিও ব্যয় হয়। ফলত ইন্ধনৰ ঘাটি আহে। এই অৱস্থাত দ্ৰুতভৱে মিছনটোক সমাপ্ত কৰি দিয়া হয়।

৭) চন্দ্ৰযান-৩ ৰ যাত্ৰাপথ যথেষ্ট দীৰ্ঘ। এই দীৰ্ঘ যাত্ৰাপথত তাপমাত্ৰাত হ্ৰাস বৃদ্ধি, গতিৰ বঢ়া-কমা, বিকিৰণ ইত্যাদি বিষয়সমূহৰ বাবে মহাকাশযানখনৰ ভিতৰৰ অংশসমূহ প্ৰভাৱিত হ’ব পাৰে। এক বা একাধিক অংশ ঠিকে নাথাকিবও পাৰে। গ্ৰাউণ্ড ষ্টেচনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰো আশংকা থাকে।

৮) ভু পৃষ্ঠৰ পৰা ওপৰৰ ফালে উচ্চতা বাঢ়ি যোৱাৰ লগে লগে হ্ৰাস পায় বায়ুমণ্ডলৰ তাপমাত্ৰা। দিনৰ ভাগত সূৰ্যৰ তাপমাত্ৰা ১০০ডিগ্ৰী ছেলচিয়াছলৈ যাব পাৰে। একেসময়তে নিশাৰ ভাগত এই তাপমাত্ৰা ১০০ ডিগ্ৰী ছেলচিয়াছৰ তললৈ আহে। চন্দ্ৰযান-৩য়ে তাপমাত্ৰা সহ্য কৰিব নোৱাৰি ধ্বংস হোৱাৰো আশংকা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
Next Post
মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.