অসম চৰকাৰৰ ই-বাইক প্ৰদান আঁচনিক লৈ মেধাৱী ছাত্ৰীৰ মাজত ক্ষোভ। মন্ত্ৰীৰ ঘোষণাৰ পাছতো কেইবাটাও বৰ্ষৰ ছাত্ৰীয়ে ই-বাইক নোপোৱাৰ অভিযোগ। চৰকাৰী আঁচনিৰ ফোপোলা স্বৰূপ উদঙালে ৰাজ্যৰ একাংশ মেধাৱীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















