• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়

3 years ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

6 minutes ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

57 minutes ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

1 hour ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

2 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

16 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

17 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

18 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

19 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

20 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়

editor by editor
May 14, 2023
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী
0
ছোৱালীজনী ৩০ হাজাৰ, লৰাটো ১০ হাজাৰ! সংগীতা দত্তই ৫০ হাজাৰ টকাত ক্ৰয় কৰা শিশুদুটি যমজ নহয়
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাণবজাৰ মহিলা আৰক্ষী থানাত নিশা সংগীতা দত্ত আৰু উৎপলাসহ দুই আশা কৰ্মীক একেলগে জেৰা কৰিছে আৰক্ষীয়ে। জেৰাৰ অন্তত আৰক্ষীয়ে দুই আশাকৰ্মীক ঘৰলৈ যাবলৈ দিয়ে যদিও উৎপলা বসু বৰ্তমানো আৰক্ষীৰ জিম্মাত আছে।

আৰক্ষীৰ জেৰাত উৎপলা বসুৱে বিস্ফোৰক স্বীকাৰোক্তি দিয়ে। বসুৱে জনোৱামতে, ডাঃ সংগীতা দত্তৰ বাবে কন্যা শিশুটি ৩০ হাজাৰ টকা আৰু ল’ৰা শিশুটি ১০ হাজাৰ টকাত ক্ৰয় কৰা হৈছিল। দুয়োটা শিশু আনি দিয়াৰ বাবদ সংগীতা দত্তই ৫০ হাজাৰ টকা দিছিল উৎপলা বসুক। কন্যা শিশুটি বৰপেটাৰ পৰা অনা বুলি জানিব পৰা গৈছে। ল’ৰা সন্তানটো নেপালী সম্প্ৰদায়ৰ আছিল। সংগীতাই যমজ বুলি দাবী কৰা শিশু দুটি যমজ নহয়।

বৰ্তমানলৈকে পোহৰলৈ অহা নাই শিশু দুটিৰ মাতৃৰ পৰিচয়। এই সন্তান কাৰ পৰা ক্ৰয় কৰিছিল সেয়া জানিব পৰা হোৱা নাই যদিও অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

May 21, 2026
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?
জীৱনশৈলী

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

May 21, 2026
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ
জীৱনশৈলী

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

Next Post
হিন্দুৰ পবিত্ৰ স্থান অযোধ্যাত বৃহৎ জয় চুলতানৰ! হিন্দুপ্ৰধান ৱাৰ্ডত বিপুল ভোটত জয়ী মুছলমান প্ৰাৰ্থী

থাকে এটা কোঠাৰ ফ্লেটত! ছবিয়ে প্ৰতি লয় ১০০ কোটি, ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন