• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

6 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

6 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

7 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

8 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

9 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

10 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

11 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

12 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

13 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

14 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 day ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

editor by editor
June 29, 2023
in বিবিধ, ভাৰত
0
দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা ষ্টেচন। দেশৰ অইন ষ্টেচনসমূহৰ সৈতে একেই যদিও এই ষ্টেচনৰ আছে কেইটামান বিশেষত্ব। দুখন ৰাজ্যৰ মাজত আছে ষ্টেচনটো। ষ্টেচনৰ টিকট কাউণ্টাৰ এখন ৰাজ্যত, ষ্টেচন মাষ্টাৰ বহে আনখন ৰাজ্যত। ষ্টেচনটো দুখন ৰাজ্যৰ মাটিতেই আছে। দেশৰ অন্যান্য ষ্টেচনসমূহৰ নাম সাধাৰণতে তিনিটা ভাষাত লিখা থাকে। হিন্দি, ইংৰাজী আৰু ৰাজ্যসমূহৰ স্থানীয় ভাষা। কিন্তু এই ষ্টেচনৰ নাম লিখা আছে ৪টা ভাষাত। হিন্দি, ইংৰাজী, গুজৰাটী আৰু মাৰাঠি।

এই ষ্টেচন অৱস্থিত নয়াপুৰত। অৰ্থাৎ এই ৰে’ল ষ্টেচনটো মহাৰাষ্ট্ৰ আৰু গুজৰাট সীমান্তত অৱস্থিত। এই ষ্টেচনত কাল্পনিকভাৱে এটা সীমাৰেখা বান্ধি লোৱা হৈছে। এই সীমাত এখন বেঞ্চ সাজিছে ৰে’ল বিভাগে। দুয়োখন ৰাজ্যৰ লোকেই এই বেঞ্চত বহিব পাৰে। বেঞ্চখনৰ গাতে দুয়োখন ৰাজ্যৰ নাম লিখা আছে। বহুতেই এই স্থানক চেলফী জ’ন হিচাপেও ব্যৱহাৰ কৰে।

দুই ৰাজ্যৰ নিয়মেই লাঘু হয় এই ষ্টেচনত
দুই ৰাজ্যত সীমাত যিহেতু এই ষ্টেচন আছে ইয়াত দুয়ো ৰাজ্যৰ নিয়মেই লাঘু হয়। অৰ্থাৎ গুজৰাটৰ ফালে থকা অংশত সুৰাপানৰ ওপৰত নিষেধাজ্ঞা আছে আৰু মহাৰাষ্ট্ৰৰ ফালে পান মচলা তথা গুটকা সম্পূৰ্ণৰূপে নিষিদ্ধ। দেশত আৰু এনে দুটা ষ্টেচন আছে। এটা ষ্টেচন আছে মধ্যপ্ৰদেশ সীমান্তত আৰু আনটো আছে ৰাজস্থানত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

June 28, 2026
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!
বাণিজ্য

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

June 28, 2026
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল
বিনোদন

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

June 28, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026
Next Post
বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

৫০খন গৱেষণাপত্ৰ, ১০টাতকৈয়ো বেছি ডিগ্ৰী, ৭ঠাইত অধ্যাপনা! বিশ্বৰ সকলোতকৈ শিক্ষিত ব্যক্তি কোন?

৫০খন গৱেষণাপত্ৰ, ১০টাতকৈয়ো বেছি ডিগ্ৰী, ৭ঠাইত অধ্যাপনা! বিশ্বৰ সকলোতকৈ শিক্ষিত ব্যক্তি কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.