• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ’ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ’ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

3 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

8 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

9 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

9 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

9 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

10 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

11 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

11 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

12 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

13 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

13 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

15 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ’ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

editor by editor
July 19, 2023
in অসম, জীৱনশৈলী
0
ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ’ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু
0
SHARES
604
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুৰ বাবেই কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈকে সকলোৱে কাম কৰি আছে। তাৰমাজতেই এইগৰাকী হতভগীয়া হিন্দু যুৱকে বহিঃৰাজ্যত সাবটি হৈছে মৃত্যুক। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা মিঞা খেদাৰ বিষয়ক লৈ বিতৰ্ক হৈছে সেই সময়তেই এজন অসমীয়া হিন্দু যুৱকৰ মৃতদেহ বহিঃ ৰাজ্যত ইছলামধৰ্মীয় পৰম্পৰাৰে দিয়া হ’ল কবৰ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ননৈ পানীগাঁওৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ এই কাহিনীয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে সকলোকে। ননৈ পানীগাঁওৰ পোনা বৰাৰ একমাত্ৰ পুত্ৰ জোনা ৰাম বৰাই বহিঃৰাজ্যত এটা কোম্পানীৰ চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি কোনো মতে নিজৰ বৃদ্ধ পিতৃৰ লগতে পৰিয়ালটোক পোহপাল দিছিল। পিছে দুৰ্ভাগ্যই যেন লগ এৰা নিদিয়ে দৰিদ্ৰৰ। বিগত ১৭ জুলাইত ঘৰৰ পৰা পুনৰ নিজৰ কৰ্মস্থান হায়দৰাবাদলৈ যোৱাৰ সময়ত বিশাখাপট্টনমত হঠাৎ ৰেলৰ পৰা পৰি মৃত্যুক সাৱটি লয় জোনা ৰাম বৰাই।

বিশাখাপট্টনমৰ আৰক্ষীয়ে পৰিয়ালটোৰ লগত যোগাযোগ কৰি জোনা ৰাম বৰাৰ মৃত্যুৰ খবৰ দিয়ে। সন্তানৰ মৃতদেহটো বিশাখাপট্টনমৰ পৰা আনিবলৈ ধনৰ অভাৱ হোৱাৰ বাবে চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছিল যদিও কোনো ধৰণৰ সহায় নাপালে। অৱশেষত একমাত্ৰ পুত্ৰ জোনা ৰাম বৰাৰ মৃতদেহক ইছলাম ধৰ্মালম্বীৰ দৰে কবৰ দিবলৈ বাধ্য হ’ল পিতৃ পোনাৰাম। বিগত ২৫ বছৰৰ পূৰ্বেই পোনা বৰাই লাভ কৰিছিল এটা চৰকাৰী গৃহ। অসম চৰকাৰৰ কোনো ধৰণৰ চৰকাৰী আঁচনীয়ে আজিলৈকে ঢুকি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোক।

উল্লেখ্য যে, ৫ মাহৰ পূৰ্বে মৃত জোনা ৰাম বৰাৰ মাতৃৰ মৃত্যু হৈছিল আৰু পিতৃ হাপানী ৰোগত আক্ৰান্ত। একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ মৃত্যুৰ পাছত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে দুৰ্ভগীয়া পোনা বৰাৰ পৰিয়ালৰ। এই ঘটনাই যেন পুনৰ প্ৰমাণ কৰিছে চৰকাৰী আঁচনিয়ে এতিয়াও অসমত দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
Next Post
ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?

ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?

সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?

সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.