• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডলৈ অহাৰ পূৰ্বে ৱে’টাৰৰ কাম কৰিছিল বুমন ইৰাণীয়ে

বলীউডলৈ অহাৰ পূৰ্বে ৱে’টাৰৰ কাম কৰিছিল বুমন ইৰাণীয়ে

5 years ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

5 minutes ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

54 minutes ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

2 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

3 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

16 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

17 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডলৈ অহাৰ পূৰ্বে ৱে’টাৰৰ কাম কৰিছিল বুমন ইৰাণীয়ে

ৰূম ছাৰ্ভিচৰ পৰা বলীউডলৈ…

editor by editor
December 7, 2020
in চিনেমা, ভাৰত
0
বলীউডলৈ অহাৰ পূৰ্বে ৱে’টাৰৰ কাম কৰিছিল বুমন ইৰাণীয়ে
0
SHARES
815
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউড জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা বুমন ইৰাণী। যি সকলো ধৰণৰ চৰিত্ৰত অভিনয় কৰিব পাৰে। বহু ছবিত বুমন ইৰাণীয়ে চৰিত্ৰবোৰত এনেধৰণৰ অভিনয় কৰিছিলে যে ছবিৰ নাম লোৱাৰ লগে লগে ইৰাণীৰ চৰিত্ৰটোহে মনলৈ আহে। 3 Idiots ছবিত ভাইৰাছৰ চৰিত্ৰই হওক বা মুন্নাভাই MBBSৰ চিকিৎসক আস্থানাৰ চৰিত্ৰই হওক প্ৰতিটো চৰিত্ৰই দৰ্শকক মনত সাচ বহুৱাই থৈছে। এইগৰাকী জনপ্ৰিয় অভিনেতা অভিনয় জগতলৈ অহাৰ পূৰ্বে কি কি কৰিছিল আপুনি জানেনে? ১৯৫৯ চনৰ ২ ডিচেম্বৰত জন্মগ্ৰহণ কৰা বুমন ইৰাণীৰ ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী আছিল। পুণেত অনুষ্ঠিত হোৱা বাইক ৰেচৰ ফটোগ্ৰাফীৰ কাম কৰিছিল ইৰাণীয়ে। তাৰ পাছত মুম্বাইৰ বক্সিং বিশ্বকাপো ক’ভাৰ কৰিছিল ইৰাণীয়ে। বুমন ইৰাণীয়ে বলীউডত অহাৰ পূৰ্বে হোটেলত ৱে’টাৰৰ কাম কৰিছিল। মুম্বাইৰ তাজ হোটেলত ২ বছৰ ৱে’টাৰ আৰু ৰূম ছাৰ্ভিচৰ কৰ্মচাৰী হিচাপে কাম কৰিছিল। এই চাকৰি এৰাৰ পাছত বুমন ইৰাণীয়ে মাতৃৰ সৈতে এটা বেকাৰীত কাম কৰিছিল। আৰু তাতেই এদিন বিখ্যাত কৰিঅ’গ্ৰাফাৰ শ্যামক দাৰবাৰেক সাক্ষাৎ কৰিছিল। শ্যামক দাৰবাৰে ইৰাণীক থিয়েটাৰত কাম কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। থিয়েটাৰত অভিনয়  কৰি ২০০১ চনত তেওঁ দুখন ইংৰাজী ছবি ‘আলব্ৰি ছাইডছ আই এম ফাইন’ আৰু ‘লেটছ টক’ত অভিনয় কৰিছিল। ইয়াৰ পাছতেই বলীউডত অভিষেক ঘটে বুমন ইৰাণীৰ। ‘ডৰনা মানা হ্যে’ আৰু ‘বুম’ ছবিত অভিনয় কৰি ২০০৩ চনত ‘মুন্নাভাই MBBSত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল ইৰাণীয়ে। 3 Idiots ছবিত বুমন ইৰাণীয়ে নতুন এক মান্যতা পায়। ৪২ বছৰ বয়সত চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা বুমন ইৰাণীয়ে বৰ্তমানলৈকে ৫০ খনৰো অধিক ছবিত অভিনয় কৰি দৰ্শকৰ মনত জয় কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 3 idiotsBollywoodbumon iranimbbs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?
বিনোদন

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
অৰুণাচলৰ সীমাত চীনে পাতিছে গাঁও। অত্যাধুনিক সা-সুবিধাযুক্ত গাঁও প্ৰতিষ্ঠা সীমান্তত। আগ্ৰাসী চীনাৰ নতুন কৌশল।

অৰুণাচলৰ সীমাত চীনে পাতিছে গাঁও। অত্যাধুনিক সা-সুবিধাযুক্ত গাঁও প্ৰতিষ্ঠা সীমান্তত। আগ্ৰাসী চীনাৰ নতুন কৌশল।

পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত শিৱসাগৰৰ পহুগড়

পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত শিৱসাগৰৰ পহুগড়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.